R.......Gogoi #सनातन_धर्म_सर्वश्रेष्ठ_है জয়(@Gogoi101) 's Twitter Profileg
R.......Gogoi #सनातन_धर्म_सर्वश्रेष्ठ_है জয়

@Gogoi101

मैं हिंदू हूं यह मेरा भाग्य है और मैं मेरे गोविंदा ह्रदय से भक्त हूं यह मेरा सौभाग्य है ❤ राधे राधे गोवि❣जय श्री राम🙏🏻জয় আই অসম 🙏🏻জয় জননী জয় অসমী 🙏

ID:1483461587063439360

calendar_today18-01-2022 15:30:30

94,4K Tweets

36,1K Followers

11,6K Following

অপৰাজিতা সন্দিকৈ💙(@AparajitaH11) 's Twitter Profile Photo

তুমি যদি প্ৰেম হোৱা,
হাতত লোৱা মোৰ হাতখন,
যেনেকৈ ভীৰৰ মাজত
মায়ে লয় মোৰ
হাত খন হাতৰ মুঠিত।
তুমি যদি বিৰহ হোৱা,
তেনে ত্যাগ কৰা মোক,
যেনেকৈ দেউতাই
মোৰ সুখৰ কাৰণে
মোৰ সপোন পূৰণৰ
কাৰণে নিজৰ সুখ ত্যাগ কৰে ।💙

তুমি যদি প্ৰেম হোৱা, হাতত লোৱা মোৰ হাতখন, যেনেকৈ ভীৰৰ মাজত মায়ে লয় মোৰ হাত খন হাতৰ মুঠিত। তুমি যদি বিৰহ হোৱা, তেনে ত্যাগ কৰা মোক, যেনেকৈ দেউতাই মোৰ সুখৰ কাৰণে মোৰ সপোন পূৰণৰ কাৰণে নিজৰ সুখ ত্যাগ কৰে ।💙
account_circle
অপৰাজিতা সন্দিকৈ💙(@AparajitaH11) 's Twitter Profile Photo

মোৰ লিখাৰ লগত কি কথা,
তুমি পঢ়া যদি হে কথা বাঢ়িব।
মই অকলে ভাবিলে কি হবে!
তুমি বুজি পালে হে আশা বাঢ়িব।
মই চুপ থাকিলেও একো নাই,
তুমি কিবা ক'লে মন ভৰিব।
মোৰ ভাবনাত কি প্ৰকাশ পাব,
তুমি অনুভৱ কৰিলে কথাই প্ৰাণ পাব।
মই ৰঙ বিহীন হওঁ যদি,
তুমি ৰঙেৰে ভৰাই দিলে জীৱনে,
ঠিকনা পাব।।💝

মোৰ লিখাৰ লগত কি কথা, তুমি পঢ়া যদি হে কথা বাঢ়িব। মই অকলে ভাবিলে কি হবে! তুমি বুজি পালে হে আশা বাঢ়িব। মই চুপ থাকিলেও একো নাই, তুমি কিবা ক'লে মন ভৰিব। মোৰ ভাবনাত কি প্ৰকাশ পাব, তুমি অনুভৱ কৰিলে কথাই প্ৰাণ পাব। মই ৰঙ বিহীন হওঁ যদি, তুমি ৰঙেৰে ভৰাই দিলে জীৱনে, ঠিকনা পাব।।💝
account_circle
অপৰাজিতা সন্দিকৈ💙(@AparajitaH11) 's Twitter Profile Photo

পুৰণি কথাবোৰ পাহৰিবলৈ,
নতুন কিবা লিখিব লগা হয়।
দৃষ্টি আকর্ষণ কৰাবলৈ যেন
কালিতকৈ আজি বেছি
ভালকৈ সাঁজিব লগা হয়।
সপোন পূৰণ কৰিবলৈ,
লগাতকৈ বেছি কষ্ট
কৰিবলগীয়া হয়।
তোমাৰ মুখত প্ৰশান্তি
দেখিবলৈ দৈনিক চকুত
কাজল লগাবলগীয়া হয়।
তোমাৰ মন পাবলৈ,
তোমাক মন দিবলগীয়া হয়।। ☺❤

পুৰণি কথাবোৰ পাহৰিবলৈ, নতুন কিবা লিখিব লগা হয়। দৃষ্টি আকর্ষণ কৰাবলৈ যেন কালিতকৈ আজি বেছি ভালকৈ সাঁজিব লগা হয়। সপোন পূৰণ কৰিবলৈ, লগাতকৈ বেছি কষ্ট কৰিবলগীয়া হয়। তোমাৰ মুখত প্ৰশান্তি দেখিবলৈ দৈনিক চকুত কাজল লগাবলগীয়া হয়। তোমাৰ মন পাবলৈ, তোমাক মন দিবলগীয়া হয়।। ☺❤
account_circle
অপৰাজিতা সন্দিকৈ💙(@AparajitaH11) 's Twitter Profile Photo

বহুত কিছু ভাঙি যায়,
যেতিয়া নতুন সৃষ্টি হবলৈ ধৰে।
অতিকৈ শ্ৰেষ্ঠ হয়
সেই সম্পর্ক ভাঙি যোৱাটো,
যি সম্পর্কই তোমাক
ভাঙিবলৈ চেষ্টা কৰে।
শুকান পাতৰ দৰে
সিঁচৰতি হৈ পৰা ভাগ্য মোৰ,
কোনোবাই বুটলি জমা কৰিছিল
কিন্তু শেষত জ্বলাই দিলে।। 😥

বহুত কিছু ভাঙি যায়, যেতিয়া নতুন সৃষ্টি হবলৈ ধৰে। অতিকৈ শ্ৰেষ্ঠ হয় সেই সম্পর্ক ভাঙি যোৱাটো, যি সম্পর্কই তোমাক ভাঙিবলৈ চেষ্টা কৰে। শুকান পাতৰ দৰে সিঁচৰতি হৈ পৰা ভাগ্য মোৰ, কোনোবাই বুটলি জমা কৰিছিল কিন্তু শেষত জ্বলাই দিলে।। 😥
account_circle
অপৰাজিতা সন্দিকৈ💙(@AparajitaH11) 's Twitter Profile Photo

তোমাৰ লগত জীৱন
অতিবাহিত কৰিব বিচাৰিছিলো
কিন্তু তুমি কেৱল সময়
অতিবাহিত কৰি আঁতৰি গ'লা।। 😔🥀

তোমাৰ লগত জীৱন অতিবাহিত কৰিব বিচাৰিছিলো কিন্তু তুমি কেৱল সময় অতিবাহিত কৰি আঁতৰি গ'লা।। 😔🥀
account_circle
Sushila Netam(@CG0054) 's Twitter Profile Photo

🙏🙏जीवन की कडवी सच्चाई 🙏🙏🙏
औरत तब तक बूढ़ी नहीं होती, जब तक उसका सुहाग जीवित रहता है। पुरुष तब तक बूढा नहीं होता, जब तक उसकी पत्नी जीवित रहती है। एक के बिछुडते ही दूसरा बूढा होना शुरू हो जाता है।
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
सादर नमन टवीटर परिवार 🙏🙏
राधे राधे🙏🙏

account_circle
অপৰাজিতা সন্দিকৈ💙(@AparajitaH11) 's Twitter Profile Photo

তোমাক হেৰুৱাব নিবিচাৰো
কিন্তু পাবলৈ কোনো
জিদো নকৰো।
তথাপি
অন্তৰে কয়, বাদ দিয়া সখী
প্ৰেমৰ ৰোগ,
ৰঙীন এই পৃথিৱীত
মিছা হয় বহুতো লোক।।🖤

তোমাক হেৰুৱাব নিবিচাৰো কিন্তু পাবলৈ কোনো জিদো নকৰো। তথাপি অন্তৰে কয়, বাদ দিয়া সখী প্ৰেমৰ ৰোগ, ৰঙীন এই পৃথিৱীত মিছা হয় বহুতো লোক।।🖤
account_circle
जोगी जी(@jogiji__) 's Twitter Profile Photo

दिव्य अलौकिक प्रभु श्री राम जी 🚩🙏
बहुत बढ़िया बात बताइए सुधांशु त्रिवेदी जी आपने मोदी जी के बारे में, मोदी है तो मुमकिन है 🌅

account_circle
Panchjanya(@epanchjanya) 's Twitter Profile Photo

बंगाल में TMC का आतंक !

कोलकाता की महिला BJP कार्यकर्ता पर TMC के गुंडों ने किया हमला !

सरस्वती सरकार को हमला कर किया लहूलुहान।

account_circle
TURKI ALALSHIKH(@Turki_alalshikh) 's Twitter Profile Photo

One of the best cards in boxing - Day of reckoning now has its own documentary.

Enjoy the trailer and watch it full on DAZN! 🔥🍿🥊

account_circle
Nupur Sharma(@nupursharma1_) 's Twitter Profile Photo

3 बीवी, 15 बच्चे पैदा करेंगे, हमारी सब्सिडी पर पलेंगे, इन सबको चिन्हित करके बाहर निकालो, और जल्द से जल्द जनसंख्या नियंत्रण कानून लागू करो, आप सब सहमत हैं तो रिट्वीट कर Yes लिखकर अधिक से अधिक समर्थन फालो करे🙏

account_circle
Deepak Sharma(@SonOfBharat7) 's Twitter Profile Photo

उत्तराखंड को आग लगा रहे जिहादी मुस्लिम

पकड़े जाने पर बताया कि वो इस बात से नाराज़ थे कि घुसपैठिये मुसलमानों को क्यों भगाया जा रहा

सोचिये अगर घुसपैठियों को देश से भगाया
गया तो ये देश में आग लगाने से भी न चूकेंगे..

account_circle