Nurtazhussain(@Nurtazhussain1) 's Twitter Profileg
Nurtazhussain

@Nurtazhussain1

ID:990856369

calendar_today05-12-2012 12:33:05

110 Tweets

4 Followers

48 Following

Jyotismita Sarma(@JyotismitaSar10) 's Twitter Profile Photo

Sunjani Saikia Himanta Biswa Sarma (Modi Ka Parivar) Ranoj Pegu (Modi Ka Parivar) final marit list ত withheld হৈ থকা পাৰ্থীসকলৰ কথা এতিয়া সকলোৱে অৱগত৷ কেইবামাহো আমি এই চাকৰিটোৰ বাবে ৰৈ আছো৷ আপোনালোকৰ প্ৰতি আমাৰ সম্পূৰ্ণ আস্হা আছে যে আমাৰ লগত আৰু অন্যায় হ’বলৈ নিদিয়ে৷ আমাৰ পৰিয়ালবৰ্গও আপোনালোকৰ ওপৰত আশাবাদী৷ আমাক নিযুক্তি দি আমাৰ প্ৰাপ্য আমাক প্ৰদান কৰক৷🙏

account_circle
Sunjani Saikia(@SaikiaSunjani) 's Twitter Profile Photo

সন্মানীয় মহোদয়, Himanta Biswa Sarma (Modi Ka Parivar)
Ranoj Pegu (Modi Ka Parivar) প্ৰথম পৰ্যায়ত কৰা নিযুক্তিৰ দৰে, দ্বিতীয় পৰ্যায়ৰ হাইস্কুলৰ নিযু্ক্তিত বঞ্চিত হোৱা চূড়ান্ত মেধা তালিকাত নাম সন্নিবিষ্ট গ্ৰেছপ্ৰাপ্ত প্ৰাৰ্থীসকলক অহা ২২ ছেপ্তেম্বৰ, ২০২২ ত নিযুক্তি প্ৰদান কৰি ন্যায় প্ৰদান কৰক !!

সন্মানীয় মহোদয়, @himantabiswa @ranojpeguassam প্ৰথম পৰ্যায়ত কৰা নিযুক্তিৰ দৰে, দ্বিতীয় পৰ্যায়ৰ হাইস্কুলৰ নিযু্ক্তিত বঞ্চিত হোৱা চূড়ান্ত মেধা তালিকাত নাম সন্নিবিষ্ট গ্ৰেছপ্ৰাপ্ত প্ৰাৰ্থীসকলক অহা ২২ ছেপ্তেম্বৰ, ২০২২ ত নিযুক্তি প্ৰদান কৰি ন্যায় প্ৰদান কৰক !!
account_circle
Sunjani Saikia(@SaikiaSunjani) 's Twitter Profile Photo


Himanta Biswa Sarma (Modi Ka Parivar) Ranoj Pegu (Modi Ka Parivar)
শ্ৰদ্ধাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়,২২ছেপ্তেম্বৰত হ'ব লগা নিযুক্তি প্ৰক্ৰিয়াত আমাকো অন্তৰ্ভুক্ত কৰক। অনিশ্চয়তা আৰু হতাশাত আমাৰ মানসিক অৱস্থা একেবাৰে বেয়া হৈ গৈছে

#হাইস্কুলৰ১৩৮৩গৰাকীনিযুক্তিবঞ্চিতপ্ৰাৰ্থীকনিযুক্তিপ্ৰদানকৰক @himantabiswa @ranojpeguassam শ্ৰদ্ধাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়,২২ছেপ্তেম্বৰত হ'ব লগা নিযুক্তি প্ৰক্ৰিয়াত আমাকো অন্তৰ্ভুক্ত কৰক। অনিশ্চয়তা আৰু হতাশাত আমাৰ মানসিক অৱস্থা একেবাৰে বেয়া হৈ গৈছে
account_circle
Gayatri Bhuyan(@GayatriBhuyan7) 's Twitter Profile Photo


Himanta Biswa Sarma (Modi Ka Parivar) @ranojpegu
Jayanta Mallabaruah (Modi Ka Parivar) Pijush Hazarika (Modi ka Parivar)
ছাৰ, আমাক আগষ্ট মাহৰ ভিতৰত নিযুক্তি দি আমাৰ জীৱন ৰক্ষা কৰক ।👏👏👏
আমাক আৰু মানুহৰ হাঁহিয়াতৰ পাত্ৰ হ'ব নিদিব।আমি মানসিক ভাৱে শেষ হৈ গৈছো ।

account_circle
Nayanjyoti Das(@Nayanjy13951069) 's Twitter Profile Photo

নমস্কাৰ মহাশয়,

যোৱা 14 May দিনটোৰ পৰা আমি বহুত মানসিক অশান্তিত ভুগি আছো। হাইস্কুলৰ গ্ৰেছমাৰ্কপ্ৰাপ্ত চুড়ান্ত মেধাতালিকাত নাম থকা প্ৰাৰ্থীক সোনকালে নিযুক্তি প্ৰদান কৰি আমি আৰু আমাৰ পৰিয়াল সমুহক উদ্ধাৰ কৰক ছাৰ। 🙏🏻🙏🏻🙏🏻
Himanta Biswa Sarma (Modi Ka Parivar)
Ranoj Pegu (Modi Ka Parivar)

নমস্কাৰ মহাশয়, যোৱা 14 May দিনটোৰ পৰা আমি বহুত মানসিক অশান্তিত ভুগি আছো। হাইস্কুলৰ গ্ৰেছমাৰ্কপ্ৰাপ্ত চুড়ান্ত মেধাতালিকাত নাম থকা প্ৰাৰ্থীক সোনকালে নিযুক্তি প্ৰদান কৰি আমি আৰু আমাৰ পৰিয়াল সমুহক উদ্ধাৰ কৰক ছাৰ। 🙏🏻🙏🏻🙏🏻 @himantabiswa @ranojpeguassam
account_circle
Mitali Kalita(@MitaliKalita17) 's Twitter Profile Photo

Himanta Biswa Sarma (Modi Ka Parivar)
আমাক ন্যায় দিয়ক ছাৰ 🙏🙏🙏
আপুনি য়ে আমাৰ শেষ ভৰখা। আমি আপোনাৰ মুখলৈ চাই বহুত আশাৰে ৰৈ আছোঁ ছাৰ🙏🙏🙏

@himantabiswa আমাক ন্যায় দিয়ক ছাৰ 🙏🙏🙏 আপুনি য়ে আমাৰ শেষ ভৰখা। আমি আপোনাৰ মুখলৈ চাই বহুত আশাৰে ৰৈ আছোঁ ছাৰ🙏🙏🙏
account_circle
Rimamoni Sarma(@SarmaRimamoni) 's Twitter Profile Photo

Himanta Biswa Sarma (Modi Ka Parivar) মহাশয়,হাইস্কুলৰ চুড়ান্ত মেধা তালিকাত নাম থাকিও নিযুক্তিৰ পৰা বঞ্চিত হোৱা 1383 জন গ্ৰেচ নম্বৰ প্ৰাপ্ত প্ৰাৰ্থীক ন্যায় প্ৰদান কৰক |🙏🙏🙏

account_circle
Dipu Nath(@zhunlives001) 's Twitter Profile Photo

Himanta Biswa Sarma (Modi Ka Parivar) নমস্কাৰ মহাশয়,

হাইস্কুলৰ গ্ৰেছমাৰ্কপ্ৰাপ্ত চুড়ান্ত মেধা তালিকাত নাম 1383 প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰক সোনকালে। আমি মানসিক অশান্তিত দিন পাৰ কৰিব লগা হৈছে। এক বিনম্ৰ অনুৰোধ। 🙏🏻🙏🏻🙏🏻
Himanta Biswa Sarma (Modi Ka Parivar)

account_circle
Nayanjyoti Das(@Nayanjy13951069) 's Twitter Profile Photo

Himanta Biswa Sarma (Modi Ka Parivar) নমস্কাৰ মহাশয়,

হাইস্কুলৰ গ্ৰেছমাৰ্কপ্ৰাপ্ত চুড়ান্ত মেধা তালিকাত নাম 1383 প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰক সোনকালে। আমি মানসিক অশান্তিত দিন পাৰ কৰিব লগা হৈছে। এক বিনম্ৰ অনুৰোধ। 🙏🏻🙏🏻🙏🏻
Himanta Biswa Sarma (Modi Ka Parivar)

account_circle
Mitali Kalita(@MitaliKalita17) 's Twitter Profile Photo

Himanta Biswa Sarma (Modi Ka Parivar) মহাশয়,হাইস্কুলৰ চুড়ান্ত মেধা তালিকাত নাম থাকিও নিযুক্তিৰ পৰা বঞ্চিত হোৱা 1383 জন গ্ৰেচ নম্বৰ প্ৰাপ্ত প্ৰাৰ্থীক ন্যায় প্ৰদান কৰক |🙏🙏🙏

account_circle
@Faizul Khan(@FaizulK81586424) 's Twitter Profile Photo

Ranoj Pegu (Modi Ka Parivar)
Good evening sir,
The first provisional merit list of GT has been published with a lot of mistakes. It's been noticed that many candidates got selected in a wrong way. Many candidates have been awarded with 50 marks illegally.Pls look into the matter sir. Thanks

account_circle