Parashar kalita(@Parashar_kalita) 's Twitter Profileg
Parashar kalita

@Parashar_kalita

Sports Journalist, passionate about covering sports at grassroots levels: Freelancer

ID:561153800

linkhttps://thebridge.in/parasharkalita calendar_today23-04-2012 13:57:00

11,6K Tweets

4,2K Followers

911 Following

Parashar kalita(@Parashar_kalita) 's Twitter Profile Photo

আজিকালি আলহী পাতি আহিলে অশান্তিকৰ প্ৰশ্ন এটা প্ৰায়ে সোধে, বিয়া কেতিয়া পাতিবা ?: এয়াও বাৰু ভেকচিনৰে পাৰ্শ্বক্ৰিয়া নেকি ? ভেকচিন লোৱাৰ আগতটো মানুহে সোধা নাছিল এইবোৰ কথা ।

account_circle
Parashar kalita(@Parashar_kalita) 's Twitter Profile Photo

Whether he is right or wrong is a different matter, but this person is trying harder than the privileged prince of Congress, Rahul Gandhi. He has influenced the youth to a certain extent, impact is more than the RAGA.

account_circle
কণপাই বৰুৱা(@Konpai_099) 's Twitter Profile Photo

🧵
এনে অনুভৱ হৈছে যে বহুতে নাজানে বিজ্ঞান আচলতে কেনেকৈ কৰে! 🤔 ধৰক, এজন মানুহে নিজা বিচাৰ-বুদ্ধিৰে কিবা এটা প্ৰক্ৰিয়া 'এনেকৈ' হয় বুলি কৈ দিলে । বিজ্ঞানৰ জগতত আমি লগে লগেই মানি লওঁ যে, মানুহজনে যি কৈ আছে সেই গোটেইবোৰ মিছা-ফুচুৰি মাথোঁ আং বাং কথা, ইয়াৰ একো
1/n

account_circle
Parashar kalita(@Parashar_kalita) 's Twitter Profile Photo

বিজ্ঞানক প্ৰশ্ন কৰা হবই, কিংবদন্তি বৈজ্ঞানিকক প্ৰশ্ন কৰা হয়, তেওঁক ভুল বুলিও কোৱা হয়, কিন্তু বিজ্ঞানেই আমাক ৰক্ষা কৰিব ।

ভেকচিনৰ ওপৰত নজনা নুশুনাকৈ দিয়া।মন্তব্য সমাজৰ বাবে ক্ষতিকাৰক । সমাজত কেৱল ক'ভিড ভেকচিনে চলি থকা নাই, আন বহু ভেকচিন সমাজৰ ভালৰ বাবে দিয়া হৈছে ।

account_circle
Parashar kalita(@Parashar_kalita) 's Twitter Profile Photo

সকলো বস্তু ৰাজনৈতিক নহয়, ক'ভিডৰ সময়ত স্বাস্থ্য বিভাগত একেলগে কাম কৰা দাদা এজনে নিজৰ সন্তানৰ প্ৰথম জন্মদিনত ঘৰত যাব নোৱাৰিলে, বিভাগত কাম কৰা এজনে নিজৰ সন্তানক ৬মাহলৈ দেখা পোৱা নাছিল, এই সকলোবোৰ পাহৰি গৈ কেৱল ৰাজনৈতিক স্বাৰ্থত কাম কৰা উচিত নহয়

account_circle
Parashar kalita(@Parashar_kalita) 's Twitter Profile Photo

How can someone like this become a journalist if they wish for rare side effects just because your opinion doesn't match theirs?

account_circle
Parashar kalita(@Parashar_kalita) 's Twitter Profile Photo

ডাক্তৰ দিগন্ত দাদাই লিখিছে, গৱেষক দাদা এজনক সুধিলোঁ, তেওঁ কলে যে ক'ভিড ভেকচিনে যি কৰিব পাৰে বুলি এডমিত কৰিছে সেয়া একে চান্স ৰেবিচৰ দৰে ভেকচিনৰো থাকে । এতিয়া সেইবুলি কুকুৰে কামুৰিলে আমি বেজী লবলৈ এৰি দিম নেকি (?)

The Bridge(@the_bridge_in) 's Twitter Profile Photo

India to host 2025 BWF World Junior Championships! 🏸🇮🇳

After a gap of 1⃣6⃣ years, India will be hosting the tournament at the National Centre of Excellence in Guwahati.

Saina Nehwal won the girls' title the last time around, when Pune hosted the event in 2008.

India to host 2025 BWF World Junior #Badminton Championships! 🏸🇮🇳 After a gap of 1⃣6⃣ years, India will be hosting the tournament at the National Centre of Excellence in Guwahati. Saina Nehwal won the girls' title the last time around, when Pune hosted the event in 2008.
account_circle
Parashar kalita(@Parashar_kalita) 's Twitter Profile Photo

হিমা দাসৰ এথেলেটিক্সৰ জগতলৈ পুনৰ আগমন যদিও এক শ্ল আৰম্ভণিৰ পিছত ২০০মিটাৰ দৌৰৰ ১০০ মিটাৰ মানত আধাতে দৌৰ সামৰে, হিমা দাসে ।

হিমা দাসৰ এথেলেটিক্সৰ জগতলৈ পুনৰ আগমন যদিও এক শ্ল আৰম্ভণিৰ পিছত ২০০মিটাৰ দৌৰৰ ১০০ মিটাৰ মানত আধাতে দৌৰ সামৰে, হিমা দাসে ।
account_circle
NorthEast United FC(@NEUtdFC) 's Twitter Profile Photo

Dreaming of playing at the highest level? is in Arunachal Pradesh to make dreams come true. 💫

Scan the QR or visit the link ( bit.ly/3JA7KFd ) to download the registration form. 📝

Dreaming of playing at the highest level? #NEUFC is in Arunachal Pradesh to make dreams come true. 💫 Scan the QR or visit the link ( bit.ly/3JA7KFd ) to download the registration form. 📝 #StrongerAsOne #8States1United
account_circle
Parashar kalita(@Parashar_kalita) 's Twitter Profile Photo

নাডাই নিলম্বন উঠাই লোৱাৰ পিছত ধিং এক্সপ্ৰেছ হিমা দাসে কালিলৈ Indian Grand Prix-1ত ২০০ মিটাৰ ইভেণ্টত নিজৰ কামবেক কৰিব, আৰু মই বিশ্বাসী যে হিমা দাসে কালিলৈ মেডেল জয় কৰিবই ।

Serial 'X' handle abuser, Roockeet scientist, who is a big fan of a fact-checker, has been arrested after posting a fake video. The irony is that the fact checker website had already posted the fact-check article 😂

account_circle
Parashar kalita(@Parashar_kalita) 's Twitter Profile Photo

Oh, now how can Congress manage to win? His tweets with 2 or 3 likes game-changing for the party! Jokes apart, even his party doesn't take him seriously.

By the way, be serious; a lot of fake news is spreading. Think a thousand times before sharing anything.

account_circle
Highlander Brigade(@HighlanderB8) 's Twitter Profile Photo

🏆CHAMPIONS🏆

@northeastunitedfc have done it again! We’ve climbed the EISL mountain for a SECOND consecutive season! 🔥

There's jubilation here in the virtual studio, folks! 🎉

🏆CHAMPIONS🏆 @northeastunitedfc have done it again! We’ve climbed the EISL mountain for a SECOND consecutive season! 🔥 There's jubilation here in the virtual studio, folks! 🎉
account_circle