DD News Assamese(@ddnews_guwahati) 's Twitter Profileg
DD News Assamese

@ddnews_guwahati

This is the official twitter account of DD News Assam.
Motto - কেৱল বাতৰি, সম্পূৰ্ণ বাতৰি
Only News, Complete News.

ID:961850457600663556

linkhttps://youtube.com/@DDNewsAssamese calendar_today09-02-2018 06:33:14

39,9K Tweets

16,6K Followers

167 Following

DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

পেটৰ অসুখে হয়তো আপোনাক বহুবাৰে আমনি কৰিছে, পেটৰ অসুখ হ'লে আপুনি নিজৰ খাদ্যাৱাসত কি কৰিলে উপকৃত হ'ব এই বিষয়ে জনাব জেষ্ঠ ডায়েটিছিয়ান বৰ্ণালী নন্দী পূৰকায়স্থয়ে।

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আন এখন ভাৰতীয় চলচ্চিত্ৰ। আনহাতে মাইকেল জেকছনপ্ৰেমীসকলৰ বাবে কি আছে ভাল খবৰ ?

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

মাজুলীৰ এখন বিদ্যালয়ৰ বিহু উপলক্ষে ব্যতিক্ৰমী প্ৰয়াস। বনগাঁও শংকৰদেৱ শিশু নিকেতনৰ ৰঙালী বিহুৰ অনন্য প্ৰস্তুতিয়ে সকলোকে আপ্লুত কৰি তুলিছে।

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

১৯ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । ইয়াৰ পূৰ্বে ৮৫ বছৰ উৰ্ধৰ লোকসকলৰ বাবে নিৰ্বাচন আয়োগে ঘৰতে ভোটদিয়াৰ ব্যৱস্থা কৰিছে।

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

জ্যেষ্ঠ বিজেপি নেতা তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে মাজুলীৰ ফুলনি চাৰিআলিত যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।

Himanta Biswa Sarma (Modi Ka Parivar)

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাবুৱাত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে। তেওঁ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।

Himanta Biswa Sarma (Modi Ka Parivar)

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

উধমপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে।

Narendra Modi

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

সমাগত ৰ বাবে ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ডুবাৰুসকলে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।
Election Commission of India

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

মুখ্যমন্ত্ৰী ড০ Himanta Biswa Sarma (Modi Ka Parivar) ই আজি , , আৰু লোকসভা সমষ্টিৰ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব।

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

প্ৰধানমন্ত্ৰী Narendra Modi এ আগন্তুক সম্বন্ধীয় প্ৰস্তুতি সন্দৰ্ভত প্ৰধান সচিব, গৃহ সচিব, বতৰ বিজ্ঞান বিভাগ আৰু প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সৈতে আলোচনাত মিলিত হয়।

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

ইফালে, জ্যেষ্ঠ নেতা Rahul Gandhi ও আজি ৰ কইম্বাটুৰত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। প্ৰচাৰৰ সময়ত জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীক ডি এম কেৰ নেতা
M.K.Stalin এ সংগ দিব।

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

প্ৰধানমন্ত্ৰী Narendra Modi এ আজি ত নিৰ্বাচনী প্ৰচাৰ চলাব। প্ৰথমে বাড়মেৰৰ আদৰ্শ ষ্টেডিয়ামত বিজয় শংখনাদ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছতে তেওঁ দৌছাৰ সোমনাথ চৌৰাহাত এক বিশাল পদযাত্ৰাত অংশ লব।

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

ৰ তৃতীয় পৰ্যায়ৰ ৰ বাবে আজি নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ব। তৃতীয় পৰ্যায়ত দহখন ৰাজ্য় আৰু দুখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৪ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব।
Election Commission of India

account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

গোলাঘাট নিৰ্বাচনী জিলাৰ কোষৰ উদ্যোগত তথা ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত জিলাখনৰ আত্মসহায়ক গোটসমূহৰ দ্বাৰা ভোটদানৰ শপতবাক্য পাঠ কৰোৱা হয়।

AIR News Guwahati

গোলাঘাট নিৰ্বাচনী জিলাৰ #SVEEP কোষৰ উদ্যোগত তথা ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত জিলাখনৰ আত্মসহায়ক গোটসমূহৰ দ্বাৰা ভোটদানৰ শপতবাক্য পাঠ কৰোৱা হয়। #LokSabaElection2024 @airnews_ghy
account_circle
DD News Assamese(@ddnews_guwahati) 's Twitter Profile Photo

বিশ্ব হোমিঅ'পেথি দিৱস উপলক্ষে বিশ্বব্যাপী হোমিঅ'পেথিৰ কাৰ্যকাৰীতা আৰু গ্ৰহণযোগ্যতা বৃদ্ধিৰ বাবে নতুন দিল্লীত দুদিনীয়াকৈ অনুষ্ঠিত -ৰ আজি সামৰণি পৰে।
CCRH | Ministry of Ayush

বিশ্ব হোমিঅ'পেথি দিৱস উপলক্ষে বিশ্বব্যাপী হোমিঅ'পেথিৰ কাৰ্যকাৰীতা আৰু গ্ৰহণযোগ্যতা বৃদ্ধিৰ বাবে নতুন দিল্লীত দুদিনীয়াকৈ অনুষ্ঠিত #HomoeopathySymposium-ৰ আজি সামৰণি পৰে। @ccrhindia | @moayush #WorldHomeopathyDay2024 #WHD2024 #Homoeopathy4Bharat