Hrishikesh Goswami(@hrishikeshgosw3) 's Twitter Profileg
Hrishikesh Goswami

@hrishikeshgosw3

Secretary, Children's Literary Trust. Retweets are not endorsements.

ID:4322784554

calendar_today22-11-2015 12:05:25

600 Tweets

7,3K Followers

67 Following

Hrishikesh Goswami(@hrishikeshgosw3) 's Twitter Profile Photo

নলবাৰী জিলাৰ চৰকাৰী মাধ্যমৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান গংগাপুখুৰী বৰকুৰিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ মুকলি সভাত মুখ্য বক্তা হিচাপে আজি উপস্থিত থাকি আহ্লাদিত হ'লোঁ।

account_circle
Hrishikesh Goswami(@hrishikeshgosw3) 's Twitter Profile Photo

ঐতিহাসিক অসম আন্দোলনৰ সময়ত হাউলী চহৰৰ একালৰ আমাৰ সহযোদ্ধা তথা বৰ্তমানৰ উদ্যোগী শ্যামল দাসৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জনালোঁ। ঔঁ শান্তি।

লেচাকোণীয়া গোবিন্দ আতৈয়ে প্ৰতিষ্ঠা কৰা দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰত আয়োজিত গীতা গোবিন্দ জয়ন্তীৰ মুকলি সভাত উপস্থিত থাকি আহ্লাদিত হ'লোঁ। উদাৰ গণতান্ত্ৰিক ব্যৱস্থাৰে পৰিচালিত সত্ৰখনৰ বৰ্ণিল ইতিহাস সন্দৰ্ভত ভাষণ প্ৰসংগত আলোকপাত কৰাৰ লগতে আধ্যাত্মিকতাৰ বিষয়েও বক্তব্য ৰাখোঁ।

হাউলী সাৰ্বজনীন শিৱ মন্দিৰৰ চৌহদৰ পকীবেৰ নিৰ্মাণৰ আজি আধাৰশিলা স্থাপন কৰোঁ আৰু স্থানীয় ৰাইজৰ সৈতে নতুন বছৰটিৰ আৰম্ভণিত ভক্তিভৰা সময় কটাই আপ্লুত হওঁ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শিশু শল্য চিকিৎসা বিভাগত ডাঃ জয়ন্ত গোস্বামীৰ উদ্যোগত 'গ্ৰন্থ কানন' নামেৰে এটি পুথিভঁৰালৰ আজি শুভ উদ্বোধন কৰা হয়। সভাত পুথিভঁৰালৰ শুভ উদ্বোধন কৰে অধ্যক্ষ শ্ৰী অচ্যুৎ বৈশ্যই আৰু এই সভাতে মুখ্য অতিথি হিচাপে মই উপস্থিত থাকি আহ্লাদিত হ'লোঁ।

যোৰহাটৰ বাহনা উচ্চ মাধ্যমিক বালক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠানত আজি উপস্থিত থাকি আহ্লাদিত হ'লোঁ।বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকললৈ মোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।

জিএমবি টিউট'ৰিয়েল হ'মৰ দ্বাৰা গুৱাহাটীত আয়োজিত 'তৃতীয় হিয়া সোঁৱৰণী বক্তৃতা' অনুষ্ঠানত উপস্থিত থাকি 'শিক্ষাই জীৱনৰ মূল চাবিকাঠী' বিষয়ত বক্তব্য ৰাখোঁ।

অনুষ্ঠানত লগতে উপস্থিত থাকে ড° ৰাতুল চন্দ্ৰ ৰাজখোৱা, প্ৰফেছৰ যোগেন চন্দ্ৰ কলিতা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল।

জিএমবি টিউট'ৰিয়েল হ'মৰ দ্বাৰা গুৱাহাটীত আয়োজিত 'তৃতীয় হিয়া সোঁৱৰণী বক্তৃতা' অনুষ্ঠানত উপস্থিত থাকি 'শিক্ষাই জীৱনৰ মূল চাবিকাঠী' বিষয়ত বক্তব্য ৰাখোঁ। অনুষ্ঠানত লগতে উপস্থিত থাকে ড° ৰাতুল চন্দ্ৰ ৰাজখোৱা, প্ৰফেছৰ যোগেন চন্দ্ৰ কলিতা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল।
account_circle
Hrishikesh Goswami(@hrishikeshgosw3) 's Twitter Profile Photo

অধিবক্তা, সুবক্তা তথা সাংবাদিক শ্ৰী দীপক শৰ্মাই লিখি উলিওৱা 'আকাশ চুবলৈ হেঁপাহ' শীৰ্ষক গ্ৰন্থখনিৰ শুভ উন্মোচনী অনুষ্ঠানত আজি শ্ৰী দিগন্ত বিশ্ব শৰ্মা, শ্ৰীমতী মাইনী মহন্তৰ সৈতে উপস্থিত থাকি আনন্দিত হৈছোঁ।

গহপুৰ মহকুমা সাংবাদিক সন্থা (আজু)ৰ উদ্যোগত গহপুৰ পৌৰসভাৰ প্ৰেক্ষাগৃহত আয়োজিত সুৰেশ চন্দ্ৰ বৰঠাকুৰ স্মাৰক বক্তৃতানুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি আপ্লুত হ'লোঁ।

২৮-১১-২০২৩ তাৰিখে নগাঁও (বৰপেটা) ৰাস মহোৎসৱত আয়োজন কৰা 'প্ৰতিভাৰ সন্ধানত’ অনুষ্ঠানৰ উদ্ধোধনী মুহূৰ্তত

মংগলদৈত সনাতন ধৰ্মসভাৰ উদ্যোগত আয়োজিত ৰাস মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি আহ্লাদিত হ'লোঁ আৰু ভক্তিপ্ৰাণ ৰাইজৰ সৈতে শ্ৰীকৃষ্ণৰ জীৱন মাহাত্ম্যৰ গুণানুকীৰ্তন কৰোঁ।

শিশুসকলৰ নাট্য প্ৰতিভা বিকাশৰ লক্ষ্যৰে গুৱাহাটী শিশু নাট বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে আয়োজিত সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ চূড়ান্ত নাট্যশ্লাঘ্য অনুষ্ঠান আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শুভ উদ্বোধন কৰে মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই।

চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উৎসৱ উদযাপন উপলক্ষে আয়োজিত মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি আহ্লাদিত হ'লোঁ।

সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ড° দীনেশ বৈশ্য, ড° অৰূপজ্যোতি চৌধুৰী, ড° ৰঞ্জিত ডেকা আৰু বিশিষ্ট ব্যক্তিসকলে।

চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উৎসৱ উদযাপন উপলক্ষে আয়োজিত মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি আহ্লাদিত হ'লোঁ। সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ড° দীনেশ বৈশ্য, ড° অৰূপজ্যোতি চৌধুৰী, ড° ৰঞ্জিত ডেকা আৰু বিশিষ্ট ব্যক্তিসকলে।
account_circle