MyGov Assam(@mygovassam) 's Twitter Profileg
MyGov Assam

@mygovassam

MyGovAssam works with the interest of forming a participatory governance. Its aim is to connect the citizens to their govt. & take democracy to its next level.

ID:794958848725372928

calendar_today05-11-2016 17:45:33

22,4K Tweets

205,1K Followers

134 Following

MyGov Assam(@mygovassam) 's Twitter Profile Photo

অসমীয়া জাতিৰ আয়ুস ৰেখা হেঁপাহৰ ব’হাগ বিহুটিয়ে আমাৰ সাতামপুৰুষীয়া এনাজৰীডাল সুদৃঢ় কৰি ৰাজ্যখনক সমৃদ্ধিৰ শিখৰলৈ আগুৱাই যোৱাত শকতি দিয়ক। ৰঙালীৰ উলাহে সকলোৰে জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে ওপচাই পেলাওক। অসমবাসীলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

account_circle
MyGov Assam(@mygovassam) 's Twitter Profile Photo

আমাৰ কৃষি আৰু চহা জীৱনৰ লগত অংগাংগীভাৱে জড়িত এক আদৰৰ উৎসৱ গৰু বিহু৷ অসমীয়া কৃষ্টিৰ অনন্য নিদৰ্শন গৰু বিহুৰ দিনটোত গৰুৰ দীৰ্ঘায়ু আৰু নতুন শক্তিৰ বাবে লাউ-বেঙেনা খুৱাই দীঘলতী পাতেৰে শৰীৰত কোবাই প্ৰাৰ্থনা কৰা হয়৷ এই পৱিত্ৰ দিনটোত অসমবাসীলৈ জনালোঁ হিয়াভৰা ওলগ৷

আমাৰ কৃষি আৰু চহা জীৱনৰ লগত অংগাংগীভাৱে জড়িত এক আদৰৰ উৎসৱ গৰু বিহু৷ অসমীয়া কৃষ্টিৰ অনন্য নিদৰ্শন গৰু বিহুৰ দিনটোত গৰুৰ দীৰ্ঘায়ু আৰু নতুন শক্তিৰ বাবে লাউ-বেঙেনা খুৱাই দীঘলতী পাতেৰে শৰীৰত কোবাই প্ৰাৰ্থনা কৰা হয়৷ এই পৱিত্ৰ দিনটোত অসমবাসীলৈ জনালোঁ হিয়াভৰা ওলগ৷ #rongalibihu
account_circle
Assam Police(@assampolice) 's Twitter Profile Photo

Beware of Deepfakes!

Just like Hera Pheri schemes, videos/audio can trick you into believing something false.

Stay vigilant and verify before trusting what you see online.

Beware of Deepfakes! Just like Hera Pheri schemes, #Deepfake videos/audio can trick you into believing something false. Stay vigilant and verify before trusting what you see online. #ThinkBeforeYouBelieve
account_circle
MyGov Assam(@mygovassam) 's Twitter Profile Photo

Heartfelt tributes to noted litterateur Dr Pranabjyoti Deka, who left for his heavenly abode today. His invaluable contributions had enriched the tapestry of Assamese literature.

Heartfelt tributes to noted litterateur Dr Pranabjyoti Deka, who left for his heavenly abode today. His invaluable contributions had enriched the tapestry of Assamese literature.
account_circle
CEO Assam(@ceo_assam) 's Twitter Profile Photo

Ready for ?✨

Discover these simple steps in our video guide to find:
✅ Your name in the electoral roll
✅ Your polling station
✅ Your polling dates

account_circle
MyGov Assam(@mygovassam) 's Twitter Profile Photo

बर' माहारिनि बिफा बड'फा उपेन्द्र नाथ ब्रह्मनि दिनै गोथार जोनोम सान आरो फरायसा सानाव गेदेमा बिथांनिसिम गोथौ सिबिनाय खुलुमनाय बाउहरबाय। गेदेमा बिथांनि आदर्शजों थुलुंगाखांनानै गंसे गोहोगोरा समाज दानो समायखिरा लानि फै।