Padma Hazarika(@padma_hazarika) 's Twitter Profileg
Padma Hazarika

@padma_hazarika

BJP MLA from 75 No SOOTEA LAC of Assam and Industrialist.

ID:743413507190755330

calendar_today16-06-2016 12:02:47

430 Tweets

8,8K Followers

300 Following

Jagat Prakash Nadda(@JPNadda) 's Twitter Profile Photo

How Hon. PM Narendra Modi ji achieved a turnaround in Kutch and made it a tourism hub!
 
Dhordo village in Kutch just received the award of 'Best Tourism Village' by World Tourism Organization.
 
For those who have observed PM Modi, this is a result of his vision and hard work. Dhordo was reeling…

How Hon. PM @narendramodi ji achieved a turnaround in Kutch and made it a tourism hub!   Dhordo village in Kutch just received the award of 'Best Tourism Village' by @UNWTO.   For those who have observed PM Modi, this is a result of his vision and hard work. Dhordo was reeling…
account_circle
Padma Hazarika(@padma_hazarika) 's Twitter Profile Photo

' বুদ্ধং শৰণং গচ্ছামি
ধম্মং শৰণং গচ্ছামি
সঙ্ঘং শৰণং গচ্ছামি '

বুদ্ধ পূৰ্ণিমাৰ পবিত্ৰ ক্ষণত সদৌটিৰ মঙ্গলৰ বাবে ভগৱান বুদ্ধৰ শ্ৰীচৰণত সেৱা জনাই সকলোলৈকে আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ....

' বুদ্ধং শৰণং গচ্ছামি ধম্মং শৰণং গচ্ছামি সঙ্ঘং শৰণং গচ্ছামি ' বুদ্ধ পূৰ্ণিমাৰ পবিত্ৰ ক্ষণত সদৌটিৰ মঙ্গলৰ বাবে ভগৱান বুদ্ধৰ শ্ৰীচৰণত সেৱা জনাই সকলোলৈকে আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ....
account_circle
Padma Hazarika(@padma_hazarika) 's Twitter Profile Photo

মাহজোৰা প্ৰশিক্ষণৰ অন্তত পূৰ্ণতা লাভ কৰি ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱত সুন্দৰ ৰূপত গায়ন বায়ন যোৰা প্ৰদৰ্শন কৰা বাবে প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীলৈ ভক্তিৰে মান্যতা প্ৰদান কৰি একোখনকৈ স্বীকৃতি পত্ৰ প্ৰদান কৰোঁ আমি বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন সমিতিয়ে ।

সমূহ ৰাইজলৈ ৰঙৰ উৎসৱ ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ । পৱিত্ৰ দৌলোৎসৱে সকলোৰে জীৱনলৈ সুখ-শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনক, তাৰেই কামনা কৰিছোঁ....

শম্ভাৱাই চ ময়োভৱাই চ নমঃ, শংকৰায় চ মায়াস্কৰাই চ নমঃ, শিৱায় চ শিৱতৰাই চ ।

মহাশিৱৰাত্ৰিৰ পবিত্ৰ ক্ষণত সকলোৰে মঙ্গলৰ হকে মহাদেৱৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ লগতে সকলোলৈকে শিৱৰাত্রিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো ।

শম্ভাৱাই চ ময়োভৱাই চ নমঃ, শংকৰায় চ মায়াস্কৰাই চ নমঃ, শিৱায় চ শিৱতৰাই চ । মহাশিৱৰাত্ৰিৰ পবিত্ৰ ক্ষণত সকলোৰে মঙ্গলৰ হকে মহাদেৱৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ লগতে সকলোলৈকে শিৱৰাত্রিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো ।
account_circle
Padma Hazarika(@padma_hazarika) 's Twitter Profile Photo

কলা-সংস্কৃতি তথা সাহিত্যৰ অৱদানেৰে জাতিটোক শক্তিশালী কৰি যোৱা গণশিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক তেখেতৰ জন্ম দিৱসত গভীৰ শ্ৰদ্ধাৰে সুৱঁৰিছোঁ ।

পবিত্ৰ মে-ডাম মে-ফী উপলক্ষে সমূহ ৰাইজলৈ আমাৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ‌ । এই পবিত্ৰ ক্ষণত আহোম স্বৰ্গদেউ আৰু পূৰ্বপুৰুষসকলক শ্ৰদ্ধাৰে স্মৰণ কৰি আমাৰ প্ৰণিপাত জনাইছোঁ ।

বিৰল ব্যক্তিত্বৰ অধিকাৰী, যুগদ্ৰষ্টা, প্ৰাক্তন প্ৰধানমন্ত্ৰী, আমাৰ সকলোৰে মাৰ্গদৰ্শক, ভাৰতৰত্ন শ্ৰদ্ধাৰ অটল বিহাৰী বাজপেয়ী দেৱক তেখেতৰ জন্ম জয়ন্তীত শ্ৰদ্ধাৰে সুৱঁৰিছোঁ ।

বিৰল ব্যক্তিত্বৰ অধিকাৰী, যুগদ্ৰষ্টা, প্ৰাক্তন প্ৰধানমন্ত্ৰী, আমাৰ সকলোৰে মাৰ্গদৰ্শক, ভাৰতৰত্ন শ্ৰদ্ধাৰ অটল বিহাৰী বাজপেয়ী দেৱক তেখেতৰ জন্ম জয়ন্তীত শ্ৰদ্ধাৰে সুৱঁৰিছোঁ । #AtalBihariVajpayeeJi
account_circle
Padma Hazarika(@padma_hazarika) 's Twitter Profile Photo

জাতিৰ স্বাৰ্থত ঐতিহাসিক অসম আন্দোলনত আত্মবলিদান দিয়া প্ৰতিগৰাকী অমৰ শ্বহীদক আজি 'শ্বহীদ দিৱস'ৰ পৱিত্ৰ ক্ষণত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ । আত্মবলিদানৰ এনে মৰ্মস্পৰ্শী দৃষ্টান্তই আমাক গভীৰ দায়বদ্ধতাৰ সৈতে জাতিটোক সেৱা কৰি যাবলৈ সাহস আৰু অনুপ্ৰেৰণা যোগাই আহিছে ।

--জয় আই অসম --

জাতিৰ স্বাৰ্থত ঐতিহাসিক অসম আন্দোলনত আত্মবলিদান দিয়া প্ৰতিগৰাকী অমৰ শ্বহীদক আজি 'শ্বহীদ দিৱস'ৰ পৱিত্ৰ ক্ষণত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ । আত্মবলিদানৰ এনে মৰ্মস্পৰ্শী দৃষ্টান্তই আমাক গভীৰ দায়বদ্ধতাৰ সৈতে জাতিটোক সেৱা কৰি যাবলৈ সাহস আৰু অনুপ্ৰেৰণা যোগাই আহিছে । --জয় আই অসম --
account_circle
Padma Hazarika(@padma_hazarika) 's Twitter Profile Photo

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চ্যুকাফাক শতকোটি প্ৰণামেৰে সমূহ অসমবাসীলৈ 'অসম দিৱস' ৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ......

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চ্যুকাফাক শতকোটি প্ৰণামেৰে সমূহ অসমবাসীলৈ 'অসম দিৱস' ৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ...... #AsomDivas
account_circle
Padma Hazarika(@padma_hazarika) 's Twitter Profile Photo

আগ্ৰাসী মোগলক পৰাভূত কৰা অসমৰ সৰ্বকালৰ বীৰ সেনানায়ক, অসমীয়া জাতিৰ শৌৰ্য-বীৰ্য, সাহস আৰু বীৰত্বৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনলৈ ৪০০ সংখ্যক জন্মজয়ন্তী উপলক্ষত জনালোঁ সশ্ৰদ্ধ প্ৰণিপাত....

আগ্ৰাসী মোগলক পৰাভূত কৰা অসমৰ সৰ্বকালৰ বীৰ সেনানায়ক, অসমীয়া জাতিৰ শৌৰ্য-বীৰ্য, সাহস আৰু বীৰত্বৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনলৈ ৪০০ সংখ্যক জন্মজয়ন্তী উপলক্ষত জনালোঁ সশ্ৰদ্ধ প্ৰণিপাত.... #LachitDiwas
account_circle
Padma Hazarika(@padma_hazarika) 's Twitter Profile Photo

নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰাপক ভোলা কটকী দেৱৰ মৃত্যুৰ বাতৰিত মৰ্মাহত হৈছো।বিশিষ্ট শিল্পী গৰাকীৰ মৃত্যু আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি।প্ৰবীণ মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা গৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তিৰ প্ৰাৰ্থনাৰে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।

তুলসী তলৰ বন্তিগছিৰ আলোকেৰে আলোকিত হওক সকলোৰে জীৱন তাৰেই কামনাৰে বাপতি সাহোন কাতি বিহুৰ ওলগ সমূহ অসমবাসী ৰাইজলৈ । ৰাজ্যখনৰ প্ৰতিগৰাকী কৃষিজীৱিৰে মংগল কামনাৰে আজিৰ এই বিশেষ দিনটিত ভগৱন্তৰ ওচৰত জনাইছোঁ আমাৰ প্ৰাৰ্থনা ।

দৈত্যনাশাৰ্থবচনো দকাৰঃ পৰিকীৰ্তিতঃ।
উকাৰো বিঘ্ননাশস্য বাচকো বেদসম্মত॥
ৰেফো ৰোগঘ্নবচনো গশ্চ পাপঘ্নবাচকঃ।
ভয়শত্ৰুঘ্নবচনশ্চাকাৰঃ পৰিকীৰ্তিত॥
মা দুৰ্গাৰ আশীৰ্বাদত সকলোৰে জীৱন সুখ-শান্তিৰ তথা সমৃদ্ধিশালী হওঁক তাৰেই কামনাৰে সমূহ ৰাইজলৈ শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ

দৈত্যনাশাৰ্থবচনো দকাৰঃ পৰিকীৰ্তিতঃ। উকাৰো বিঘ্ননাশস্য বাচকো বেদসম্মত॥ ৰেফো ৰোগঘ্নবচনো গশ্চ পাপঘ্নবাচকঃ। ভয়শত্ৰুঘ্নবচনশ্চাকাৰঃ পৰিকীৰ্তিত॥ মা দুৰ্গাৰ আশীৰ্বাদত সকলোৰে জীৱন সুখ-শান্তিৰ তথা সমৃদ্ধিশালী হওঁক তাৰেই কামনাৰে সমূহ ৰাইজলৈ শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ
account_circle
Padma Hazarika(@padma_hazarika) 's Twitter Profile Photo

আজিৰ অৱস্থাত দলটোক প্ৰতিষ্ঠা কৰিবলৈ সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী নিষ্ঠাবান কৰ্মী তথা শুভাকাংক্ষীলৈ আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।নিষ্ঠাবান কৰ্মী তথা শুভাকাংক্ষী সকলেই দলৰ মূল শক্তি।প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰতিগৰাকী সন্মানীয় সতীৰ্থলৈ।
BJP Assam Pradesh

আজিৰ অৱস্থাত দলটোক প্ৰতিষ্ঠা কৰিবলৈ সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী নিষ্ঠাবান কৰ্মী তথা শুভাকাংক্ষীলৈ আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।নিষ্ঠাবান কৰ্মী তথা শুভাকাংক্ষী সকলেই দলৰ মূল শক্তি।প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰতিগৰাকী সন্মানীয় সতীৰ্থলৈ। @BJP4Assam
account_circle
Padma Hazarika(@padma_hazarika) 's Twitter Profile Photo

স্মৃতি শক্তি দিয়া যেন তুমি মা জননী।
ভক্তিভাৱে স্তুতি কৰো দেৱী বীণাপাণি।।
জ্ঞানশক্তি বুদ্ধিশক্তি স্মৃতিশক্তি দিয়া।
বিদ্যা অধিষ্ঠাত্ৰী দেৱী আমাক কৰা দয়া।।

আই সৰস্বতীৰ চৰণত প্ৰণিপাত জনায় সকলোলৈকে সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপণ কৰিলোঁ ।

স্মৃতি শক্তি দিয়া যেন তুমি মা জননী। ভক্তিভাৱে স্তুতি কৰো দেৱী বীণাপাণি।। জ্ঞানশক্তি বুদ্ধিশক্তি স্মৃতিশক্তি দিয়া। বিদ্যা অধিষ্ঠাত্ৰী দেৱী আমাক কৰা দয়া।। আই সৰস্বতীৰ চৰণত প্ৰণিপাত জনায় সকলোলৈকে সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপণ কৰিলোঁ ।
account_circle
Padma Hazarika(@padma_hazarika) 's Twitter Profile Photo

জনপ্ৰিয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ জন্ম দিনৰ অলেখ শুভকামনা।আমাৰ বিশ্বাস মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমে উন্নয়নৰ এক নতুন দিগন্ত দেখা পাব।নেতা গৰাকীৰ সমৃদ্ধিশালী ৰাজনৈতিক ভৱিষ্যত তথা সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা...
Himanta Biswa Sarma

জনপ্ৰিয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ জন্ম দিনৰ অলেখ শুভকামনা।আমাৰ বিশ্বাস মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমে উন্নয়নৰ এক নতুন দিগন্ত দেখা পাব।নেতা গৰাকীৰ সমৃদ্ধিশালী ৰাজনৈতিক ভৱিষ্যত তথা সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা... @himantabiswa
account_circle
Padma Hazarika(@padma_hazarika) 's Twitter Profile Photo

ভোগালীয়ে সকলোৰে মনবোৰ সমৃদ্ধ কৰক, কঢ়িয়াই আনক জীৱনলৈ আনন্দ আৰু উল্লাস তাৰেই কামনাৰে ভোগালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ.....

ভোগালীয়ে সকলোৰে মনবোৰ সমৃদ্ধ কৰক, কঢ়িয়াই আনক জীৱনলৈ আনন্দ আৰু উল্লাস তাৰেই কামনাৰে ভোগালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ.....
account_circle
Padma Hazarika(@padma_hazarika) 's Twitter Profile Photo

গণতন্ত্ৰত ৰাজনৈতিক বিৰোধ স্বাভাৱিক।সেই বিৰোধিতা নীতিগত হোৱা উচিত।প্ৰধানমন্ত্ৰী গৰাকী দেশৰ প্ৰধানমন্ত্ৰী,নিৰ্দিষ্ট দল বা সমৰ্থকৰ নহয়।প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰাপত্তা ব্যৱস্থাক লৈ পঞ্জাৱ চৰকাৰৰ গাফিলতিৰ উচিত তদন্ত হওঁক।এনে ঘটনা অতিকৈ দুৰ্ভাগ্যজনক,ই কোনো কাৰণতে গ্ৰহণ যোগ্য নহয়।

ভাৰতীয় জনতা পাৰ্টিৰ নদুৱাৰ মণ্ডল আৰু নদুৱাৰ মণ্ডল যুৱমৰ্চাৰ উদ্যোগত প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মজয়ন্তী উপলক্ষে আয়োজিত বাইক ৰেলীত অংশ গ্ৰহণ কৰোঁ । বিশ্ববৰণ্য নেতা গৰাকীৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ 'সুশাসন দিৱস' ত উপলক্ষে ।