Pallab Lochan Das (Modi Ka Parivar)(@pallablochandas) 's Twitter Profileg
Pallab Lochan Das (Modi Ka Parivar)

@pallablochandas

MP, Tezpur, Assam । General Secretary @BJP4Assam । Ex Minister, Govt of Assam & 2-Time MLA । President, Assam Basketball Association

ID:774965087111086080

calendar_today11-09-2016 13:37:29

11,4K Tweets

41,1K Followers

237 Following

Pallab Lochan Das (Modi Ka Parivar)(@pallablochandas) 's Twitter Profile Photo

সমূহ অসমবাসীক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

সমূহ অসমবাসীক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
account_circle
Narendra Modi(@narendramodi) 's Twitter Profile Photo

The BJP's Sankalp Patra provides a comprehensive overview of the NDA Government's achievements and charts the vision for building a Viksit Bharat by 2047.

twitter.com/i/broadcasts/1…

account_circle
Pallab Lochan Das (Modi Ka Parivar)(@pallablochandas) 's Twitter Profile Photo

'দীঘলটিৰ দীঘল পাত
মাখি মাৰো জাত জাত'

আজি গৰু বিহু। মূলত কৃষিভিত্তিক উৎসৱ গৰু বিহুৰ জৰিয়তে অসমৰ ৰহনীয়া কৃষ্টি সমৃদ্ধিশালী হৈ ৰওঁক,বসুন্ধৰাৰ বুকু উৰ্বৰা হৈ সোণোৱালী শস্যৰে পথাৰবোৰ উভৈনদী হওঁক।সমূহ অসমবাসীলৈ গৰু বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

'দীঘলটিৰ দীঘল পাত মাখি মাৰো জাত জাত' আজি গৰু বিহু। মূলত কৃষিভিত্তিক উৎসৱ গৰু বিহুৰ জৰিয়তে অসমৰ ৰহনীয়া কৃষ্টি সমৃদ্ধিশালী হৈ ৰওঁক,বসুন্ধৰাৰ বুকু উৰ্বৰা হৈ সোণোৱালী শস্যৰে পথাৰবোৰ উভৈনদী হওঁক।সমূহ অসমবাসীলৈ গৰু বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।
account_circle
Himanta Biswa Sarma (Modi Ka Parivar)(@himantabiswa) 's Twitter Profile Photo

Jorhat in a rare josh!

Spectacular display of affection, emotion and dedication to the cause of strengthening India. This massive turnout is simply wow.

Thank you Jorhat. We shall continue to love you.


Jorhat in a rare josh! Spectacular display of affection, emotion and dedication to the cause of strengthening India. This massive turnout is simply wow. Thank you Jorhat. We shall continue to love you. #AssamCampaign2024 #AbkiBaar400Paar
account_circle
Himanta Biswa Sarma (Modi Ka Parivar)(@himantabiswa) 's Twitter Profile Photo

अपने लाडले मोदी जी को ‘विजय भव’ का आशीर्वाद देते हुए स्वयं असम की माताएँ हमारे प्रचार में उतरीं 🙏



📍Naharkatia, Dibrugarh Lok Sabha

account_circle
Pallab Lochan Das (Modi Ka Parivar)(@pallablochandas) 's Twitter Profile Photo

প্ৰগতি আৰু উন্নয়নে কঢ়িয়াই আনিছে চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবে আনন্দৰ লহৰ।

📍তিতাবৰ।

account_circle
Pallab Lochan Das (Modi Ka Parivar)(@pallablochandas) 's Twitter Profile Photo

এই প্ৰতিচ্ছবি সমৃদ্ধিৰ।
জনতাৰ সোঁত প্ৰগতিৰ।

মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ, টীয়ক সমষ্টিত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত জনতাৰ অভূতপূৰ্ব উৎসাহ, পাৰ ভঙা আনন্দ আৰু সহযোগিতাই প্ৰমাণ কৰে যে বিজেপি এতিয়া অপ্ৰতিৰোধ্য।

এইবাৰ ৪০০ পাৰ
অকৌ এবাৰ মোদী চৰকাৰ।

এই প্ৰতিচ্ছবি সমৃদ্ধিৰ। জনতাৰ সোঁত প্ৰগতিৰ। মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ, টীয়ক সমষ্টিত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত জনতাৰ অভূতপূৰ্ব উৎসাহ, পাৰ ভঙা আনন্দ আৰু সহযোগিতাই প্ৰমাণ কৰে যে বিজেপি এতিয়া অপ্ৰতিৰোধ্য। এইবাৰ ৪০০ পাৰ অকৌ এবাৰ মোদী চৰকাৰ।
account_circle
BJP(@BJP4India) 's Twitter Profile Photo

'I am certain that Assam will become a developed state in the upcoming years.'

Visuals from Union Home and Cooperation Minister Shri Amit Shah (Modi Ka Parivar)'s splendid rally in Lakhimpur, Assam.

'I am certain that Assam will become a developed state in the upcoming years.' Visuals from Union Home and Cooperation Minister Shri @AmitShah's splendid rally in Lakhimpur, Assam.
account_circle
Amit Shah (Modi Ka Parivar)(@AmitShah) 's Twitter Profile Photo

Speaking to a colossal crowd in Lakhimpur, Assam.

অসমৰ লখিমপুৰত এক সুবিশাল জনসমাৱেশক উদ্দেশ্যি সম্বোধন। twitter.com/i/broadcasts/1…

account_circle