Amit Shah (Modi Ka Parivar)(@AmitShah) 's Twitter Profile Photo

প্ৰকৃতিয়ে ব’হাগৰ গীত গালে, কপৌ ফুলৰ সুবাসে দিলে নতুন অসমীয়া বৰ্ষৰ আগমনৰ বতৰা।

ৰঙালিৰ এই শুভক্ষণত অসমৰ সদৌটিলৈকে ব’হাগ বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো। আপোনালোকৰ জীৱন হওক সুস্বাস্থ্য আৰু প্ৰাচুৰ্যৰ অনন্ত উছৱ।

account_circle
Euphoria(@Euphoria2799) 's Twitter Profile Photo

কপৌ ফুলৰ দৰেই বহাগত তগৰৰো এক সুকীয়া আমেজ আছে। 🥰

কপৌ ফুলৰ দৰেই বহাগত তগৰৰো এক সুকীয়া আমেজ আছে। 🥰
account_circle
Natural beauty of Assam🌴🌺🌻️🌋🏞️🌏(@assambeuty) 's Twitter Profile Photo

কপৌ ফুল ফুলিলে গছৰ ডালতে কেতেকী ফুলিলে বনত নতুন বছৰ আহিছে বিহু বিহু লাগিছে মনত🥰🥰🥰♥️♥️

কপৌ ফুল ফুলিলে গছৰ ডালতে কেতেকী ফুলিলে বনত নতুন বছৰ আহিছে বিহু বিহু লাগিছে মনত🥰🥰🥰♥️♥️
account_circle
𝐍𝐚𝐫𝐞𝐧𝐝𝐫𝐚 भारतीय 🇮🇳 (Modi Ka Parivar)(@NarendraVictory) 's Twitter Profile Photo

অসমীয়া জাতীয় জীৱনৰ আয়ুসৰেখা, প্ৰতিগৰাকী অসমীয়াৰ স্বাভিমান বিহু , আমাৰ ঐতিহ্য আৰু পৰম্পৰাৰ প্ৰতীক ৰঙালীৰ ৰঙে সমৃদ্ধ কৰি তোলক প্ৰতিগৰাকী অসমীয়াৰে মন-প্ৰাণ ৷ কপৌ-কেতেকীৰ সুগন্ধি, কুলি-কেতেকীৰ সুমধুৰ মাতে সকলোৰে মনবোৰ আনন্দময় কৰি তোলক।নতুন বছৰটিয়ে সকলোৰে জীৱনলৈ নতুন আশা আৰু

account_circle
চুমিতা ডেকা(@sumita_deka) 's Twitter Profile Photo

পদূলিমুখৰ মাধৈমালতী আৰু কপৌ ফুলজোপা🌸🌼🌸🌺🌸🌼🌸

পদূলিমুখৰ মাধৈমালতী আৰু কপৌ ফুলজোপা🌸🌼🌸🌺🌸🌼🌸
account_circle
TANUAH BARUAH(@Tanushbaruah) 's Twitter Profile Photo

কপৌ ফুলাৰ বতৰত তোলৈ মনত পৰে
বিহুৱানখন লৈ আহিবি ঘৰৰ পিছপিনেৰে 😃

কপৌ ফুলাৰ বতৰত তোলৈ মনত পৰে 
বিহুৱানখন লৈ আহিবি ঘৰৰ পিছপিনেৰে 😃
account_circle
papon angaraag(@paponmusic) 's Twitter Profile Photo

আকৌ ফুলিল কপৌ ফুলৰ থোপা। এই নতুন বছৰটোত সকলোৰে জীৱন আৰু সপোনবোৰ ৰঙালীৰ ৰঙেৰে ৰঙীন হৈ ন-হেঁপাহেৰে ফুলি উঠক। এই কামনাৰে সদৌটিলৈ শুভকামনা আৰু ৰঙালী বিহুৰ ওলগ যাচিলোঁ।♥️

The Kopou phool is blooming again!Here’s wishing all your wishes flower this year!
Happy Rongali Bihu to all!♥️

Dipjyoti Talukdar🇮🇳(@iamjyotidip) 's Twitter Profile Photo

ওজাপালি বিকৃতকৰণ : যোৱা কেইদিনমানৰ পৰা দাইনাপালি এজনে গোৱা 'কপৌ ফুলিল তোৰে খোপাত' গানটোক লৈ বিতৰ্ক চলি আছে। এয়া ওজাপালিৰ বিকৃতকৰণ হয়নে নহয় বেছি নাজানো। তথাপি সৰুৰে পৰা ওজাপালি দেখি আহিছো বাবে নিজৰ অভিজ্ঞতা খিনি কওঁ । ১/৪

account_circle
Alakesh Chakravarty(@chakraborty_a13) 's Twitter Profile Photo

_'কাৰমান মিৰাণ্ডা' এগৰাকী গায়িকা ;লেটিন আমেৰিকাৰ ৷ কাৰমান মিৰাণ্ডাৰ এটি গানৰ পৰাই অনুপ্ৰাণিত হৈ ৰাভা দেউৱে কলিকতাৰ এখন হোটেলত চাহ খাবলৈ সোমায় আৰু কাগজ এটুকুৰাত লিখি উলিয়ালে 'নাহৰ ফুলে নুশুৱায় ৷ তগৰ ফুলে শুৱাব ৷ তগৰ ফুলে নুশুৱায় ৷ কপৌ ফুলে শুৱাব' এইটো গানত লেটিন আমেৰিকাৰ(১)

account_circle
Skylee🌦(@Skyleee_Sky01) 's Twitter Profile Photo

কি চৰাই এইটো!! মাতটো সদায় শুনি থাকো যে সেই কপৌ চৰাই নেকি? আমাৰ ফালে ঘুগু বুলিও কয় কিছুমানে। 🕊
🍵🌥

account_circle
Lokendra Nath 🌐(@LnathAssam) 's Twitter Profile Photo

কাইলৈ উৰুকা
পৰহিলৈ গৰু-বিহু
চত'হিলৈ মানুহৰ বিহু ..........

আই-জ' নাচনি, চেনেহৰ বাহাগীত খোপাত কপৌ-ফুল গুজিবিনে !!!!!!

কাইলৈ উৰুকা
পৰহিলৈ গৰু-বিহু
চত'হিলৈ মানুহৰ বিহু ..........

আই-জ' নাচনি, চেনেহৰ বাহাগীত খোপাত কপৌ-ফুল গুজিবিনে !!!!!!
account_circle
𓆩𝐌𝐞𝐠𝐡𝐚 𝐍𝐓𓆪🍃🥀(@Megha_NT01) 's Twitter Profile Photo

কপৌ ফুলৰ দৰে ব'হাগ মাহত এই ফুলটোও জিলিকি উঠে। 💜
ইৰিছ ( ) ❣️

কপৌ ফুলৰ দৰে ব'হাগ মাহত এই ফুলটোও জিলিকি উঠে। 💜
ইৰিছ ( #Iris_Flower) ❣️
account_circle
Jyotish Goswami(@JyotishGoswam12) 's Twitter Profile Photo

আমছুৰ জন্মৰ কাৰণ আৰু আন্দোলনৰ কাৰণ?আমছুৱে ধৰ্ম একগোট কৰিলে কিন্তু আছুৰ ধৰ্ম নাই,একগোটো নোৱাৰে কৰিব।
১৯৯০,কাশ্মীৰ,মাইকৰ ঘোষণা অসমত কিমান দূৰ?অসমীয়া ভাষাটোৰ এতিয়া কি হ'ব?অসমীয়া ধৰ্মহীন ভাষাকেন্দ্ৰীক জাতি বুলি ভৌ ভৌৱাই থকা লিবাৰেল মাষ্টৰ সকল এতিয়া শিল পৰা কপৌ হ'ল নেকি?