নীলাক্ষি(@Nilakshi_Das_) 's Twitter Profile Photo

বসন্তৰ কেঁকোৰা চুলিটাৰিত বহাগীৰ সুবাস
লাহি আঙুলিৰ ফাঁকেৰে নামিছে জোনাক
তগৰ ফুলা সেই খোপাত
দীঘল ওৰণিৰ আঁৰেৰে জিলিকি উঠে আকাশ।

account_circle
নীলাক্ষি(@Nilakshi_Das_) 's Twitter Profile Photo

दो पल की वो यादे
बिखरे ना दिल की धागे
तोते ना कोई नाते
दो पल की वो यादे.....।

account_circle
নীলাক্ষি(@Nilakshi_Das_) 's Twitter Profile Photo

বহু যুগ ধৰি পাৰ হৈ অহা এজাক ধুমুহা
দুচকুত কেঁচা টোপনিৰ ভিৰ
জাগ্ৰত সেই উশাহ
সপোনৰ আলি-কেঁকুৰিত লহমাৰ নীড়
উজাগৰ ৰাতিৰ কতযে কথকতা.....।

account_circle
নীলাক্ষি(@Nilakshi_Das_) 's Twitter Profile Photo

দুখৰ সমীকৰণত সুখৰ সংজ্ঞা
সকলো কথাবোৰ এলজেব্ৰাৰ নিচিনা
আউল লাগি ৰোৱা এখন দীঘলীয়া নক্সা
সপোনৰ সুৰীয়া পথত উদাস এই কলিজা।

account_circle
নীলাক্ষি(@Nilakshi_Das_) 's Twitter Profile Photo

বৰ্তমানৰ পাতত অতীতৰ ফ্লেচবেক
ব্লেক এন হোৱাইট হৈ জিলিকে জীৱনৰ ইফেক্ট।

account_circle
বিশ্বজিৎ দাস(@Biswajeet982814) 's Twitter Profile Photo

নীলাক্ষি যদি নদীখন শুকাই নোযোৱা হ'লে-কত কাহিনীৰ জীয়া সাক্ষী হ'ল হেতেন😊 , কত সংগীবিহীন লোকৰ সংগী হ'ল হেতেন🫴

account_circle
Ayu🪶(@Aanchri) 's Twitter Profile Photo

নীলাক্ষি নিস্তব্ধ ঘণ্টাবোৰত তোমাৰ সান্নিধ্যৰ বাবে হাহাকাৰ কৰি থাকোঁ, মোৰ হৃদয়খন জ্বলি উঠে, তোমাৰ সত্তাৰ বাবে হাহাকাৰ কৰি।

account_circle
Biren Nath(@BirenNath15) 's Twitter Profile Photo

নীলাক্ষি আৰু নৈখন যেতিয়া শান্ত হৈছিল
উটি ভাঁহি ফুৰা সপোনবোৰ
জীৱন্ত কাহিনীবোৰ আহি পাৰত লাগিছিল !!
মন জুৰোৱা অনুভৱ !

account_circle