Munawar Fc Assam Official(@MunawarFcAssam) 's Twitter Profile Photo

Wishing you and your family a joyous Rongali Bihu! May this New Year bring prosperity, happiness, and good health to your doorstep.

সকলো অসমবাসীক চেনেহৰ ৰঙালীৰ আন্তৰিক শুভেচ্ছা জনালো। 💐🌷

account_circle
F.Sสttสr❤️(@Fsattar1) 's Twitter Profile Photo

May this festival of zeal and verve fill your life with lots of energy and enthusiasm; and may it help you bring happiness and prosperity to you and your loved ones. Heartiest Bihu greetings…
💗🥁🎉
Devoleena mam💗❣️
Devoleena Bhattacharjee 💝❣️

account_circle
papon angaraag(@paponmusic) 's Twitter Profile Photo

Had my 'Mah-halodhi' bath & now to start the AssameseNewYear with the blessings of the elders! Happy Bihu to you all

Had my 'Mah-halodhi' bath & now to start the AssameseNewYear with the blessings of the elders! Happy Bihu to you all
account_circle
Sufian Computer Seva Dighaljar(@SCSevaDighaljar) 's Twitter Profile Photo

 Rongali Bihu!

অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ

আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো!

.

#Happy Rongali Bihu!

অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ

 আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো!

#AssameseNewYear.
account_circle
Nishita Sarma ॐ(@Kohli_Spark) 's Twitter Profile Photo

ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ ওলগ আৰু শুভকামনা জনালোঁ।।💐
সাতামপুৰুষীয়া বিহুটোৱে যেন আমাৰ সমাজলৈ সম্বৃদ্ধি কঢ়িয়াই আনে।

Wishing A Very Happy Rongali Bihu & Assamese New Year!!
May this new year bring prosperity,joy and happiness.

#HappyRongaliBihu #AssameseNewYear #ৰঙালীবিহু
account_circle
Nishita Sarma ॐ(@Kohli_Spark) 's Twitter Profile Photo

প্রত্যেকজন অসমীয়ালৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ।❤️

Happy Rongali Bihu & Assamese New Year!✨
May the New Year bring Joy, Happiness and Success in your life.

প্রত্যেকজন অসমীয়ালৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ।❤️

Happy Rongali Bihu & Assamese New Year!✨
May the New Year bring Joy, Happiness and Success in your life.

#RongaliBihu #AssameseNewYear
account_circle
Dharitri Kalita (ধৰিত্ৰী কলিতা)(@kalita_dharitri) 's Twitter Profile Photo

এগচি বন্তি অসমৰ লোকৰ সুস্থ সবল স্বাস্থ্য অাৰু ৰাজ্যৰ কুশল কামনাৰে । 🙏🏼

A lamp on the occasion of Rongali Bihu, for the good health and unity of the Assamese people. 🙏

India will definitely win against the Corona virus.

#CoronaWarriors 

#LightaDiya #Unity #AssameseNewYear
account_circle
Prof. Jagdish Mukhi(@jagdishmukhi) 's Twitter Profile Photo

অসমীয়া নৱবৰ্ষ উপলক্ষে মই সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা আৰু ওলগ যাঁচিছো।

esenewyear

account_circle
Cartoonist Nituparna Rajbongshi(@NituparnaRaj) 's Twitter Profile Photo

সদৌকে ব'হাগ বিহু আৰু নতুন বছৰৰ সেৱা আৰু ওলগ যাচিলোঁ।
সজাগ আৰু উদ্দীপ্ত হওক, বিহুৰ দৰেই নিভাঁজ, পথাৰৰ দৰেই জীপাল হওক।

#Bihu #AssameseNewYear #covid19
সদৌকে ব'হাগ বিহু আৰু নতুন বছৰৰ সেৱা আৰু ওলগ যাচিলোঁ।
সজাগ আৰু উদ্দীপ্ত হওক, বিহুৰ দৰেই নিভাঁজ, পথাৰৰ দৰেই জীপাল হওক।
account_circle