बेली देवी सनातनी ⛳(@beli_devi11) 's Twitter Profile Photo

ভাল কাম কৰিব শলাগ ল'ম। অভদ্ৰামী আচৰনত গৰিহণা পাব মাদক দ্ৰব্যক কোনোপধ্যেই সমৰ্থন নকৰোঁ। লাইচেন্স ওলিয়াই কাচৰ শ্বকেছত সজাই টকা ঘটা বোৰক সন্মান কৰিব জানে কিন্তু চাউলৰ চুলাই বনাই টকা ঘটা বোৰক মানুহ বুলি ভাব নহয়।পেটৰ ভোক কি বস্তু আত্মসন্মান কি বস্তু অনুধাৱন কৰিবলৈ শিকক 🙏

ভাল কাম কৰিব শলাগ ল'ম। অভদ্ৰামী আচৰনত গৰিহণা পাব #অসমআৰক্ষী মাদক দ্ৰব্যক কোনোপধ্যেই সমৰ্থন নকৰোঁ। লাইচেন্স ওলিয়াই কাচৰ শ্বকেছত সজাই টকা ঘটা বোৰক সন্মান কৰিব জানে কিন্তু চাউলৰ চুলাই বনাই টকা ঘটা বোৰক মানুহ বুলি ভাব নহয়।পেটৰ ভোক কি বস্তু আত্মসন্মান কি বস্তু অনুধাৱন কৰিবলৈ শিকক 🙏
account_circle
MOKIBUR RAHMAN(@0500971609) 's Twitter Profile Photo

অভিনন্দন অসমআৰক্ষী প্ৰধান অধ্যক্ষক আমাৰ এটা কেছ আজি পাছ মাহ হল এতিয়ালৈকে অপৰাধীক ধৰিব পৰা নাই district, morigaon P,s,lahorighat p,o,Borchala DGP Assam chris muscarella Himanta Biswa Sarma (Modi Ka Parivar) ছাৰ কেছ নাম্বাৰ I.P.C, 341/326/379/34 i want justice

অভিনন্দন অসমআৰক্ষী প্ৰধান অধ্যক্ষক আমাৰ এটা কেছ আজি পাছ মাহ হল এতিয়ালৈকে অপৰাধীক ধৰিব পৰা নাই district, morigaon P,s,lahorighat p,o,Borchala @DGPassampolice @CM @himantabiswa ছাৰ কেছ নাম্বাৰ I.P.C, 341/326/379/34  i want justice
account_circle
Bj ভাস্কৰ(@bjbindya) 's Twitter Profile Photo

প্ৰত্যেকজন দায়িত্বশীল ই ন্যায়ালয় আৰু প্ৰসাশনৰ ৮-১০ বজাৰ নিৰ্দেশনা মানি চলা পৰিলক্ষিত হৈছে কিন্ত অথচ ৰাতি ১ টা বজালৈকে আতচবাজি চলিয়েই আছে॥ ৰ কানত পৰা নাই নিকি ৰ এই শব্দপ্ৰদূশণ?

Assam Police

account_circle
बेली देवी सनातनी ⛳(@beli_devi11) 's Twitter Profile Photo

কঠোৰ হওঁক
কিন্তু মানৱতা নেহেৰুৱাব 🙏
বৰ্তমান সময়ত অপৰাধীৰ প্ৰতি
লোৱা উচিত ব্যৱস্থাত আমি আপোনালাকক লৈ গৰ্বিত কিন্তু
নিৰপৰাধীৰ ক্ষেত্ৰত নহয়।

account_circle
Rongili Barta(@RongiliB) 's Twitter Profile Photo

অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সৌজনত অসমআৰক্ষী লিখিত পৰিক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ rongilibarta.com/%e0%a6%85%e0%a…

account_circle
Nipu Gogoi(@NipuGogoi15) 's Twitter Profile Photo

অসম চৰকাৰ, , ধন্যবাদৰ পাত্ৰ যদিও এতিয়ালৈকে ৰাকেশৰ ভায়েক ৰাজীৱক আজিলৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰাটোও চৰকাৰ আৰু আৰক্ষীৰেই চুড়ান্ত ব্যৰ্থতা। ৰৌ-বৰালিবোৰ তেতিয়াহে জালত পৰিব !!

account_circle
बेली देवी सनातनी ⛳(@beli_devi11) 's Twitter Profile Photo

প্ৰশংসনীয় পদক্ষেপ 👍
শলাগ লৈছোঁ 🙏
ঔঁম অগ্নি দেৱতায় শ্বাহা🔥
আমাৰ নৱপ্ৰজন্ম সদায় সুৰক্ষিত হৈ থাকক ।

account_circle
DGP Assam(@DGPAssamPolice) 's Twitter Profile Photo

অসম আৰক্ষীৰ আজিৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠান পৱিত্ৰ বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে মাননীয় মুখ্যমন্ত্ৰী শ্ৰী Sarbananda Sonowal (Modi Ka Parivar) দেৱে।

Assam Police

অসম আৰক্ষীৰ আজিৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠান পৱিত্ৰ বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে মাননীয় মুখ্যমন্ত্ৰী শ্ৰী @sarbanandsonwal দেৱে।

#CMOASSAM #DhingExpress #PoliceRecruitment #অসমআৰক্ষী @assampolice
account_circle
Gautam Boruah/IStandWithIndianFarmers(@GautamBoruah_) 's Twitter Profile Photo

চাওক অসমআৰক্ষী এ নিজৰদায়িত্ব সুচাৰুভাৱেই পালন কৰি আছে, তেওঁলোকৰ দোষগুণ বিচাৰ কৰাৰ সময় এতিয়া নহয়, কাৰোবাক দুইএচাত মাৰিছে, কাৰোবাক কাণত ধৰাই উঠবহ কঢ়াই ছে, কিন্তু অন্ততঃ ইমান ভয়াবহ মহামাৰী ৰ পৰাযে আপোনাক বচাবলৈ চেষ্টা কৰিছে সেই কথা মনত ৰাখিব।
বিবেকেৰে কথাবোৰ ভাবক
Assam Police

account_circle
𝐀𝐫𝐮𝐧 𝐁𝐨𝐫𝐚𝐡(@ArunBor44881629) 's Twitter Profile Photo

MyGov Assam Assam Police সচাই শালগ লবলগীয়া ৰ তৎপৰতা আৰু সক্ৰিয়তা । মাননীয় শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে নেতৃত্বত লোৱাৰ পিচতেই ক অধিক সক্ৰিয় হৈ বহুতো সুন্দৰ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে।অশেষ ধন্যবাদ জনালোঁ @gpsinghassam Assam Police DGP Assam 🙏💐

account_circle
Arundhati Sarmah(@SarmahAimoni1) 's Twitter Profile Photo

Chief Minister Assam Sarbananda Sonowal (Modi Ka Parivar) Assam Police Rameswar Teli(मोदी का परिवार) চৰকাৰৰ এই অভিলাষী আঁচনিয়ে ইয়াৰ লক্ষ্য পূৰণত যথেষ্ট সফল হৈছে৷অসমৰ জনসাধাৰণৰ আৰক্ষী ৰ প্ৰতি হেৰাই যোৱা পূৰ্বৰ বিশ্বাস উভতি আহিছে আৰু সুসম্পৰ্ক স্থাপন হৈছে৷
ধন্যবাদ Sarbananda Sonowal (Modi Ka Parivar) মহোদয়

account_circle
DGP Assam(@DGPAssamPolice) 's Twitter Profile Photo

অসমৰ শান্তি আৰু সমৃদ্ধিৰ বাবে মাইলৰ খুঁটি স্বৰূপ এই ঘটনাৰাজি সম্ভৱ হৈছে Unified Command Structure ৰ তলত একেলগে কাম কৰা , , আৰু ৰ বাবে।

Chief Minister Assam Sarbananda Sonowal (Modi Ka Parivar)

account_circle