Hiren Boruah(@HirenBoruah2) 's Twitter Profile Photo

বিদ্যালয় বন্ধৰ প্ৰতি লক্ষ্য ৰাখি স্বচ্ছ আৰু সেউজ ৰ জেষ্ঠ্য আৰু চেমনীয়া কৰ্মকৰ্তা সকলে পলিথিন মুক্ত, পৰিবেশ নিকাকৰণ আদিত ব্যস্ত হৈ পৰে ।

account_circle
Rezia sultana(@Reziasultana17) 's Twitter Profile Photo

শিল সাঁকোৰ উচপনি শুনিব কোনে?? নিজাকৈ ঘৰ এটা , মাটি এডৰা কৰোঁতে, এজন মানুহৰ জীৱন প্ৰায় শেষ হৈ যায়, ভোগ কৰিব নেপায়ে । ভাঙি দিওতে ১০ মিনিটো নেলাগে চোঁন!!এই টকা, শ্ৰম আৰু সময়ৰ মূল্য আমাক কোনে উভতাই দিব পাৰিব ??? কোনোবাই সুতে- মূলে নাগৰিক সকলক এইখিনি ঘূৰাই দিব পাৰিবনে???

account_circle
Monisha Sharma(@Monisha20389904) 's Twitter Profile Photo

বৰ্তমান যোৰহাটৰ সুন্দৰ বাট-পথ।যিটো কাম পোন্ধৰ বছৰ শাসনত থাকিও, যোৰহাটৰে মূখ্যমন্ত্ৰী হৈও, যোৰহাটৰ বাবে একোৱেই নকৰিলে। বৰ্তমানৰ মূখ্যমন্ত্ৰী মহোদয়ৰ লগতে যোৰহাটৰ বিধায়ক গৰাকীৰ সদিচ্ছাৰ বাবেই যোৰহাট খন চালে চকুৰোৱা হৈ গল। বহুত বহুত ধন্যবাদ অসম চৰকাৰ 🙏🏼

Himanta Biswa Sarma (Modi Ka Parivar)

account_circle
Rezia sultana(@Reziasultana17) 's Twitter Profile Photo

আপ,অসমৰ সজাতি দল এটাই যোৱাকালি,গুৱাহাটীৰ হাতীগাওঁ চাৰিআলিত,সংঘটিত বৃহৎ অগ্নিকাণ্ডটোৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণৰ বুজ লয় আৰু চৰকাৰে যাতে প্ৰতিজনকে অতি সোনকালেই অৰ্থনৈতিক সাহায্য প্ৰদানৰ সু-ব্যৱস্থা কৰে তাৰ বাবে সংশ্লিষ্ট সকলোকে আহ্বান জনায় ।

আপ,অসমৰ সজাতি দল এটাই যোৱাকালি,গুৱাহাটীৰ হাতীগাওঁ চাৰিআলিত,সংঘটিত বৃহৎ অগ্নিকাণ্ডটোৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণৰ বুজ লয় আৰু চৰকাৰে যাতে প্ৰতিজনকে অতি সোনকালেই অৰ্থনৈতিক সাহায্য প্ৰদানৰ সু-ব্যৱস্থা কৰে তাৰ বাবে সংশ্লিষ্ট সকলোকে আহ্বান জনায় ।                           #CMOAssam
account_circle
Vrindavan Ashram (Old Age Home 🏡)(@VrindavanAshram) 's Twitter Profile Photo

Pyari Dadi Maa/ प्यारी दादी माँ
आसाम के एक ड्राइवर नै डी बेचारा मा को सराहा
आपने घर पर बनाए वृद्धआश्रम ।
Lohit 80117 99455
Vrindavan Ashram Old Age Home @Flowers
Dimpu Baruah
lovers

account_circle
Krishanku Borah(@krishanku_bora) 's Twitter Profile Photo

Congratulations to Dr. Himanta Biswa Sharma, the Chief Minister of Assam, and his entire cabinet for completing two years of service. The people of Assam eagerly anticipate more progress and development in the days ahead.

#CMOASSAM 
#HimantaBiswaSarma
account_circle
Dhrubajyoti Rabha(@DhrubajyotiRa15) 's Twitter Profile Photo

ৰাভাৰ বিদেহী আত্মাৰ সদগতিৰ বাবে মাটিৰ চাকি এগছি জ্বলাই ভগবানৰ ওচৰত প্ৰাৰ্থনা জনালো, লগতে CBI প্ৰশাসনক তাৎক্ষণিক ভাৱে তদন্তু কৰি দোষীক উচিত শাস্তি দিবলৈ দাবী জনালো।

#siজোনমনি ৰাভাৰ বিদেহী আত্মাৰ সদগতিৰ বাবে মাটিৰ চাকি এগছি জ্বলাই ভগবানৰ ওচৰত প্ৰাৰ্থনা জনালো, লগতে CBI প্ৰশাসনক তাৎক্ষণিক ভাৱে তদন্তু কৰি দোষীক উচিত শাস্তি দিবলৈ দাবী জনালো।
#justicforjunmonirabha 
#AssamPolice 
#DGPassampolice 
#CMOASSAM 
#hemantabiswasarma 
#CBI
account_circle
Rizwana Kureshi(@Kureshi78643) 's Twitter Profile Photo

বিলাসীপাৰা বুলি জানিব পৰা গৈছে। শুই থকা অৱস্থাতে কোনোবাই আহি চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিছে,বুলি জানিব পৰা গৈছে। বিলাসীপাৰা প্ৰশাসনক উচিত তদন্ত কৰিবলৈ অনুৰোধ জনালোঁ।। বৰ মমান্তিক ঘটনা এইটো।।

বিলাসীপাৰা বুলি জানিব পৰা গৈছে। শুই থকা অৱস্থাতে কোনোবাই আহি চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিছে,বুলি জানিব পৰা গৈছে।    বিলাসীপাৰা প্ৰশাসনক উচিত তদন্ত কৰিবলৈ অনুৰোধ জনালোঁ।।  বৰ মমান্তিক ঘটনা এইটো।।#CMOASSAM 
#DGPassampolice 
#GPSingh 
#AssamPolice 
#spdhubri
account_circle
DC_Chirang(@ChirangDc) 's Twitter Profile Photo

Today a DDC meeting was held with the Heads of Departments at the conference hall of DC office Chirang to review the progress of various government schemes implemented in Chirang district.

Today a DDC meeting was held with the Heads of Departments at the conference hall of DC office Chirang to review the progress of various government schemes implemented in Chirang district.
#CMOAssam
#UGBrahma
#JoyantaBasumatary
#AjoykumarRoy
account_circle
Santanu Konwar(@ImSantanuKonwar) 's Twitter Profile Photo

আকৌ বোলে ১০০শতাংশ স্বচ্ছতাৰে অনুষ্ঠিত হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ দিনত APSC-ৰ পৰীক্ষা!! তেনেহ'লে ৰাজস্থানৰ প্ৰাৰ্থীয়ে কেনেকৈ পালে অসম লোক সেৱা আয়োগত চাকৰি? কেনেকৈ লাভ কৰিলে স্থায়ী বাসিন্দাৰ প্ৰমানপত্ৰ(PRC)।

#ApscScam #CMOAssam
account_circle
Satyam Sarma(@SatyamSarma10) 's Twitter Profile Photo

I shall be part of Panel Discussion at *Mentorship Mosaic:* Investors, Innovators, and Ideas in Harmony at JOTHUMMA an initiative of Bodo Territorial Council.

I shall be part of Panel Discussion at  *Mentorship Mosaic:* Investors, Innovators, and Ideas in Harmony at JOTHUMMA an initiative of Bodo Territorial Council.
#startupindia 
#CMOASSAM 
#AtmaNirbharBharatAbhiyan
#IITGuwahati
account_circle
Anurupa Dekaraja(@anurupaddekaraj) 's Twitter Profile Photo

গুৱাহাটী Medical college Hospital ৰ কাষতে থকা ঐতিহাসিক নৰকাসুৰ পাহাৰৰ জৈৱ বৈচিত্ৰ্যপূৰ্ণ পৰিবেশ ধ্বংসৰ দিশে ৷ জাবৰৰ বৃহৎ দম ৷ GMC ৰ চকুত নপৰেনে এইবোৰ ? পাহাৰখনৰ যিটো পকীপথ তাৰ কাষে কাষে গঢ় লৈ উঠিছে অসংখ্য সৰু সৰু পানদোকান ৷

account_circle
Dr. Shyama Prasad Mookherjee Memorial SS Parisad(@ShyamaMss) 's Twitter Profile Photo

It is really a good news that Railways have sanctioned survey for Railway line from Gogamukh in the North Bank of Brahmaputra with Jorhat in the South Bank connecting Majuli island. The survey will be started within 3/4 months.
CMO Assam

@CMOAssam
account_circle