Hiren Boruah(@HirenBoruah2) 's Twitter Profile Photo

ছমহীয়া পৰীক্ষা শেষ হোৱাৰ পাছত কৰ্মকৰ্তা সকলে পুণৰ নতুন উদ্যমেৰে সাপ্তাহিক কাৰ্য্যসূচী পালন কৰে। গছপুলি প্ৰতিপালন, পথৰ দাঁতিৰ পৰা পলিথিন সমূহ আঁতৰাই পৰিবেশ নিকা কৰাৰ চেষ্টা কৰা হয়।



account_circle
Hiren Boruah(@HirenBoruah2) 's Twitter Profile Photo

লোভ-লালস,স্বাৰ্থ, বিনিময়,আশা, ৰাজনীতি সকলোৰে পৰা আঁতৰত থাকি আমাৰ কৰ্মকৰ্তা সকলে শিক্ষা গ্ৰহণৰ লগতে সমাজৰ সজাগতা অনাৰ মানসেৰে স্বত:স্ফুত ভাৱে সাপ্তাহিক কাৰ্য্যসূচী চলাই আহিছে।



account_circle
Jayanta Saikia সেউজীয়া মোৰ হৃদয়ৰ মাজত আছে(@JayantaSai99110) 's Twitter Profile Photo

যোৱা ইংৰাজী ২৯ তাৰিখে সেউজ খুমটাই গ্ৰহণৰ উপলক্ষে এটা আঁহত গছ পুলি ৰোৱাৰ পাছত আজি ইং ২ তাং পানী আৰু ছাগলী গুবৰ দিলোঁ। Mrinal Saikia




Mrinal Saikia
দলপতি জয়ন্ত শইকীয়া

account_circle
Bimal konwar(@konwar_bimal) 's Twitter Profile Photo

আজি নৰাযোগী খেল পথাৰৰ সমীপত এটা এজাৰ গছৰ পুলি ৰোপনেৰে আগন্তক বৃক্ষ ৰোপণ প্ৰতিযোগিতাত আমাৰ 8 জনীয়া গোট টোৱে অংশগ্ৰহণৰ পঞ্জীয়ন কৰিলো ।


আজি নৰাযোগী খেল পথাৰৰ সমীপত এটা এজাৰ গছৰ পুলি ৰোপনেৰে আগন্তক #greenkhumtai বৃক্ষ ৰোপণ প্ৰতিযোগিতাত আমাৰ 8 জনীয়া গোট টোৱে অংশগ্ৰহণৰ পঞ্জীয়ন কৰিলো ।
#destinationkhumtai 
#PlantATree 
#TiredEarth
account_circle
Pragyanabh Bora(@pragyanabh) 's Twitter Profile Photo

গঢ়াৰ লক্ষৰে অহৰহ কাম কৰি অহা খুমটাইৰ সন্মানীয় বিধায়ক মৃণাল শইকীয়াৰ আন এক প্ৰয়াস 'বৃক্ষ ৰোপন আৰু প্ৰতিপালন প্ৰতিযোগিতা'ত সঁহাৰি জনোৱাৰ উদ্দেশ্যেৰে আমি আমাৰ চুবুৰীৰ সকলোৱে মিলি পাঁচ জোপা মূল্যবান গছ ৰোপন কৰিলো আৰু প্ৰতিপালনৰ দায়িত্ব ললো।।

#সেউজীয়া_খুমটাই গঢ়াৰ লক্ষৰে অহৰহ কাম কৰি অহা  খুমটাইৰ সন্মানীয় বিধায়ক মৃণাল শইকীয়াৰ আন এক প্ৰয়াস 'বৃক্ষ ৰোপন আৰু প্ৰতিপালন প্ৰতিযোগিতা'ত সঁহাৰি জনোৱাৰ উদ্দেশ্যেৰে আমি আমাৰ চুবুৰীৰ সকলোৱে মিলি পাঁচ জোপা মূল্যবান গছ ৰোপন কৰিলো আৰু প্ৰতিপালনৰ দায়িত্ব ললো।।#destinationkhumtai
account_circle
parag borah(@paragbo15112287) 's Twitter Profile Photo

A new thought,a new beginning...a step towards cleanliness...to save our nature and environment,our khumtai MLA Sri Mrinal Saikia sir organize an intervillage inter teagarden cleanliness competition in his no 96 LAC Khumtai (Assam)


A new thought,a new beginning...a step towards cleanliness...to save our nature and environment,our khumtai MLA Sri Mrinal Saikia sir organize an intervillage inter teagarden cleanliness competition in his no 96 LAC Khumtai  (Assam)
#destinationkhumtai
#cleankhumtai
#cleanvillage
account_circle
Gautom Borah(@GautomBorah15) 's Twitter Profile Photo

খুমটাই বিধায়ক মৃনাল শইকীয়া দেৱে অনুস্হিত কৰিবলৈ লোৱা আগন্তুক প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবৰ বাবে সকলোৱে নাম পঞ্জীয়ন কৰক আৰু খুমটাই সমষ্টিটোক সেউজীয়া কৰণ কৰি তোলক।





খুমটাই বিধায়ক মৃনাল শইকীয়া দেৱে অনুস্হিত কৰিবলৈ লোৱা আগন্তুক #greenkhumtai প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবৰ বাবে সকলোৱে নাম পঞ্জীয়ন কৰক আৰু খুমটাই সমষ্টিটোক সেউজীয়া কৰণ কৰি তোলক।
#MrinalSaikia 
#greenkhumtai 
#planATreeChallengeAccepted
#plantatree
#tiredearth
#Destinationkhumtai
account_circle