Hiren Boruah(@HirenBoruah2) 's Twitter Profile Photo

স্বচ্ছ আৰু সেউজ - সপোন এক সংস্কাৰৰ --------------------------------------
খুমটাই সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ৰ গছপুলি ৰোপণ আৰু প্ৰতিপালন প্ৰতিযোগিতাৰ প্ৰতি সহাৰি জনাই অংশ গ্ৰহণ কৰিলোঁ।





account_circle
🦇(@fairycouture) 's Twitter Profile Photo

неужели и землю кто-то лайкнул...... ребята она заслуживает этого мы ведь тут живем 😭🌍

неужели и землю кто-то лайкнул...... ребята она заслуживает этого мы ведь тут живем 😭🌍 #justiceforearth
account_circle
sibani konwar(@sibani_konwar12) 's Twitter Profile Photo

পৰীক্ষাৰ ফলাফলৰ পাছত আমাৰ হাতত বহু খিনি আজৰি সময় আছে। এই আজৰি সময় খিনিত গছ পুলি ৰুইয়ে কতাম বুলি ওলাই আহিছোঁ

পৰীক্ষাৰ ফলাফলৰ পাছত আমাৰ হাতত বহু খিনি আজৰি সময় আছে। এই আজৰি সময় খিনিত গছ পুলি ৰুইয়ে কতাম বুলি ওলাই আহিছোঁ #greenkhumtai #nature #cleankhumtai #MLAmrinalsaikia #destinationkhomtai #PlantATree #JusticeForEarth
account_circle
Dharitri Khound(@DharitriKhound) 's Twitter Profile Photo

আজি আমাৰ পুত্ৰ ৰিয়ানে গাঁৱৰ 'জ্ঞান জ্যোতি শিশু বিকাশ কেন্দ্ৰত' এটি আমলখি পুলি ৰোপন কৰে ।
লৰাক শিকাবলৈ চেষ্টা কৰিছো 'গছ থাকিলেহে মানুহ থাকিব . Mrinal Saikia

আজি আমাৰ পুত্ৰ ৰিয়ানে গাঁৱৰ 'জ্ঞান জ্যোতি শিশু বিকাশ কেন্দ্ৰত' এটি আমলখি পুলি ৰোপন কৰে ।
লৰাক শিকাবলৈ চেষ্টা কৰিছো  'গছ থাকিলেহে মানুহ থাকিব #plantATree #worldenvironmentday .  #greenkhumtai #JusticeForEarth #climatechange #saveenvironment @Mrinal_MLA
account_circle
Dharitri Khound(@DharitriKhound) 's Twitter Profile Photo

আজি বৰটিং নাওশলীয়া গাঁৱৰ পথৰ দাঁতিত এটি কৃষ্ঞচুড়া গছৰ পুলি ৰুই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰো । আহক সকলোৱে 'Green Khumtai' প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোঁ।। Mrinal Saikia




আজি বৰটিং নাওশলীয়া গাঁৱৰ পথৰ দাঁতিত এটি কৃষ্ঞচুড়া গছৰ পুলি ৰুই #greenkhumtai প্ৰতিযোগিতাত অংশগ্ৰহণ কৰো । আহক সকলোৱে 'Green Khumtai' প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোঁ।। @Mrinal_MLA
#greenkhumtai
#সেউজ_খুমটাই
#PlantATree
#JusticeForEarth
#destinationkhumtai
account_circle
Puja Phukon(@puja_phukon) 's Twitter Profile Photo

খুমটাই সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ৰ এখন সেউজীয়া সমাজ গঢ়াৰ এক ব্যতিক্ৰমী প্ৰয়াস প্ৰতিযোগিতাখনিত এটি বিলাতী সোনাৰো পুলি ৰূপন কৰি যোগীবাৰী গাঁৱৰ ৬জনী লগৰীয়াই লগ লাগি অংশগ্ৰহন কৰিলোঁ
Mrinal Saikia


খুমটাই সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ৰ এখন সেউজীয়া সমাজ গঢ়াৰ এক ব্যতিক্ৰমী প্ৰয়াস   #greenkhumtai  প্ৰতিযোগিতাখনিত এটি বিলাতী সোনাৰো পুলি ৰূপন কৰি যোগীবাৰী গাঁৱৰ ৬জনী লগৰীয়াই লগ লাগি অংশগ্ৰহন কৰিলোঁ
@Mrinal_MLA
#greenkhumtai
#সেউজ_খুমটাই
#PlantATree #justiceforEarth
account_circle